পৃষ্ঠা:ৰহঘৰা.djvu/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰুইনৰ “থিৱৰিৰ নেগুৰ ডাইনে কয়, “মানুহ জাতি | ইমু ককাইৰ বংশ; উন্নতি হওঁতে। | ক্ৰমে ক্ৰমে হেৰাল কিছুমান অংশ। দীঘল নোমবোৰ | চুটি হল ক্ৰমোন্নতিৰ সোঁতত; নেওৰ ডালে | খহি পৰিল ডাল গোৱাৰ চোটত। মানুহ নামেৰে | নতুন এবিধ জন্তু পৰিল হই; একে চোচাই | পালেহি আগ | সকলো জন্তুতকই।” শেষ কৰিলে | ইমান খিনিতে, ডাইনৰ তথ}; ৰল কিছুমান সেই কাৰণে, | ওপৰঞ্চি কথ্য। মানুহ সদাই নাথাকে মানুহ, | তাৰে। উন্নতি হব; কওঁ ওনা একে প্ৰৰেৰে কেনেকই কিহত ৰব।