পৃষ্ঠা:ৰহঘৰা.djvu/৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা।

পুনু নিস্তাৰৰ বাট, প্ৰতিদ্বন্দ্বী ৰূপে আছে বহু সৰস্বতী পুৰুষ-ৰমণী ৰূপে জম্বুদ্বীপ জুৰি, হয় যদি হয়, ভাগে দোষে জয়দ্ৰথ দ্ৰৌপদীৰ দৰে, নোৱাৰিম ভীম হই উদ্ধাৰি আনিব। এতেকে পলোৱ। তুমি সহ-সহচৰ, নতু ভাগ্য-বিপৰ্য্য, অৰ্ধচন্দ্ৰ-লাভ, প্ৰহাৰে ধনঞ্জয় যথা। গল, গল, পলাল সকলো। উচতাই জোল-টোপা থালে। ৰান্ধনীক। কৰাহে পাঠক পান চাহৰ মৰিা; গোৱা গীত উচ্চ ৰৱে, জলদ গৰ্জনে, তুচ্চ কৰি সিংহনাদ, ৰাৱণাদি কৰ্কৰৰ ৰণ-প্ৰাঙ্গণ। আহা চাহ, দিয়। মোক মধুৰ চুম্বন। ইতি চাহৰহস্যে মহাকাব্যে চতুৰ্থ সৰ্গ।