পৃষ্ঠা:ৰহঘৰা.djvu/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থঃ সৰ্গঃ। ফটা জোতা যথা। সমস্ত জগৎ আজি হ’ল বশীভূত, চাহৰ মহিমা দেখি, বশ যথা নব যুব নব গৃহিণীৰ, টেলেক। নয়ন দেখি ভ্ৰুকুটি-ভয়ত। অন্ত হল মহাকাব্য চাহৰ কাহিনী; নাই আৰু উপদেশ কাৰো প্ৰয়োজন। বহ। বাণি, সাজু হই সহচৰ-সতে, পাৰিষদ-সহ এ জাবেথ যিমতে , কৰ। সেৱ। ভাগে ভাগে স্বৰ্গীয় সুবাৰ, শৰাধৰ অন্ত হলে কল-মাহ যথা। তাৰ পিচে, তামোল-পাত খাই, মুখ শুদ্ধ কবি, ওলোৱ্য সত্বৰে, একে চাবে এই মোৰ ভবনৰ পৰা। হেতু তাব। সোধ। যদি আছে বহুতৰ;—প্ৰথমতে “জন্তুবিদ্যা-মহাৰ্ণবে” পাই, “যাদুঘৰ” পেলাব ভবা, ধৰি নি তোমাৰ যত সহচব দল; যিৰূপ ভৰাই থয়। গুপ প্ৰণয়ক চন্দুকত প্ৰেমিকা সতায়ে তিয়া প্ৰবাসী পওি হয় উপগত। নহয় অকল সেয়ে। মাৰে যদি ইনুবক প্লেগব ডাকবে, বৰ। পেট দাঙিব নোৱাবি, মিলিব দুৰ্দশা ঘোৰ গণেশ বাপু , নোৱাৰিম। দেবি, বোচাত "ব। নেদেখে তোমাবে।