পৃষ্ঠা:ৰহঘৰা.djvu/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪ চতুৰ্থ সৰ্গ। দেঢেই-দেঢেই-ঢেই, ভে-পো-ভেপো-পো-পো, ঢোল-শিঙ্গা, পেঁ-কালি বাজিল সঘনে, উনবিংশ শতিকাৰ ছাবি অকাত, কঁপাই কুলি-মুখ ভৈৰব গৰ্জনে; বাৰিষ। কালত জলে ভেক-ৰব যথা; তুচ্ছ কৰি হোক-মন্ত্ৰ আফিং-ভোজীৰ, পশিল কাণত আহি, পশে উৰুষণি যথা ফুটা চাল ভেদি। শুনা গল-চি, এ, ৰুচে কৰিলে উদ্ধাৰ চাহ গছ, পাৰ এই সপত সাগৰ, জানকী উদ্ধাৰ। যথা। সিদিনাৰে ৰা ৰাষ্ট্ৰ হ’ল কীৰ্তি তাৰ বিশ্বৰ বুক ত, মৎস্যগন্ধা-বস্ত্ৰে যা মৎস্যৰ সুৰভি। বুঢ়া বুঢ়ী, ডেকা- ডেকী, বালক-বালিকা, মুগ্ধ হল প্ৰেমে তাৰ; মুগ্ধ যথা মূখ যুবা, ডেৰগঞা নাচনীৰ দেখি লয়লাস; কিম্বা যথা ৰাজহংস বাৰিষা কালত, চোতালত শৰীসৃপ দেখি; অথবা যিৰূপ হয়, কবি-শৰোমণি, বহল অঘন দেবি নায়িকা বামাৰ। সুপবিত্ৰ দ্ৰব্য অতি পুণ্য তনু পৰশত “ব্লেঙ্কে।”-সন।।