পৃষ্ঠা:ৰহঘৰা.djvu/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় সর্গ। নাৰদৰ টোপ দেখি খুটিলেহি টপাটপ বিলাতী চেঙেলী, ভেও দি উঠিল যথা কুপৰ মক। সমস্বৰে মূহুৰ্ততে জম্বুক-নাদেৰে কৰিলে এতিজ্ঞা সবে গন পাই ;- “নিশ্চয় নিশ্চয় আমি যাম কালিই কৰিম উদ্ধাৰ চাহ ; হেলেন উদ্ধাৰ যথা কৰি দিগ্বিজয়। সােমাব শৰ দল পৰ্বতে পাহাৰে, তনি সিংহনাদ সপ্তদশ তুৰস্কৰ, বীয় লক্ষ্মণ বধা কচুকাননত। অথবা যিৰুপ, ভয়ার্ত হােচেন পূর্বে পাই এৰা খাল, ছি কৰি উৰ্ণনাত-জাল।” | শুনি ৰঙ্গে মুনি-ধূর্ত মৃগ-ধূর্ত যথা, ওলােটাই দিলে মুখ বাহক চেকীৰ, লক্ষ্য কৰি ত্রিদশ-আলয়; যি ঢেকীৰ অভাৱত ধান জুৰি থ'ই, শচী আই আছে বই, অমৰাপুৰীত। ইতি চাহবহস্যে মহাকাব্যে তৃতীয় সঙ্গীত।