পৃষ্ঠা:ৰহঘৰা.djvu/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় সৰ্গ। চাহৰ নিমিত্তে নিশ্চয় ঘটিৰ ৰণ, অশ্বিনীৰ বাবে যথা দ্বাপৰ যুগত, কি যথা পথাৰত সীমাৰ কাৰণে দুই সীতা-বল্পভৰ। সেয়ে হলে চাই তেওঁ নিলগৰ পৰা, পাব সুখ; পায় যথ নবীন যুবকে নববধুমুখ- বস্ত্ৰ কৰি উন্মোচন। দিবলই তাকে ভাবি চাহৰ বাতৰি, প্ৰবেশিছে বিলাতত হেলাই-হেঁপাই; অসমীয়া বাৰ্তাবহ পশে যথ। অহি, অযথা কালত লই ভেঁকুৰ বাতৰি। ইতি চাহৰহস্য মহাকাব্যে দ্বিতীয় সৰ্গ। তীয়ঃ সৰ্গ। পবেশি নৰ এক কফি দোকানত, (দথলে বহুত নব কফি পান কৰা, বচন চৰ্বণ কৰি আদি অন্তহীন; যখ। আমোলানীগণ মধ্যাহ্ন সময়ে