পৃষ্ঠা:ৰহঘৰা.djvu/৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৬ ৰহঘৰা।

যদিহে ছিগিছে তাৰ জোৰাব। আপুনি বিহাৰ আগৰ পৰা দহি ছিঙি লই; গুদাম আন্ধু মই পীয়েৰ, চপেৰে।” শিকাবা মাথোন মোক ঋষভ-সুৰত কিদৰে বৰ্ণাব লাগে চাহৰ কাহিনী। কিন্তু এটি কথা দেবি, নবুজিলে যেন নকৰা শঙত সাত পুৰুৰ নিৰ, যি কৰে জাপৰী বায়ে কৰিলে সিদিন দেখুৱাই মুদ্ৰা যত শীৰ ৰমণীৰ। যদিহে কঁকাল পৰি হইছ। অথৰ কালিদাস বেদ ব্যাস, বাল্মীকি হোমাৰ, চাৰি বাহকৰ কৰি স্কন্ধ-আৰোহণ হৰিবোল চিঞৰেৰে চলিব। বেগাই , বিষ্ণপ্ৰাপ্ত দেহা যথা নিমতালই। বীণখনি দি বা লক্ষ্মীৰামৰ পিঠিত জিক-সভ-পৃষ্ঠে শুদ্ধ বস্তু যথা। শুকাল যদিহে ৰস ভাটী বয়সত, আনিব লগত যত ৰসৰ ঘোলনি;- গেন্ধেলী, ফেদেলী, শচী, মেনকা, উৰ্বশী, কু জীবাই, শূৰ্পনখা, হিড়িম্বা, ৰাধিক, খটাৰ, বৰ, ঘটোৎকচ, হনু, গেৰেলা, ফেদেল, কানু, অষ্টাবক্ৰ বীৰ; দেখিলেই বয় যাতে ৰস লালী গুৰ, লালটি প্ৰবাহ যথা ৰসগোল। দেখি।