পৃষ্ঠা:ৰহঘৰা.djvu/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪ ঘ । উত্তৰ পালো- ‘সত্য-সমাজত হোৱা উচিত যেনে। কিয়নো যদি | ভলোকে সান্দহ-পিঠা খায়। পাচ দিন। যে ডাক্তৰ ভিজিট মিছামিছিকৈ যায়। আলু-কচু | “বাই জ’ “ওৱাইন্ড বীষ্টৰ খাদ্য; তামোল খোৱা কুচ ৰীতি আটাইবোৰৰে আদ্য। যি নুবুজে | এনে দিনত মদমাংসৰ মোল। মানুহৰ শাৰীত সিয়েই “গ্ৰেটেষ্ট ফুল। কথাটা শুনি। | ভূমি ছুই কৰ্ণত দিলে হাত; বিদায় ললো। | বন্ধুৰ পৰা নলগোৱাকৈ মাত। কৰিলোঁ। ঠিক নহয় কোনো বন্ধুৰ ঘৰলৈ যোবা, আছা যদিহে। | কোনোবা ৰই ইয়াতে তুষ্ট হোৱা। নহয় গণ্য