পৃষ্ঠা:ৰহঘৰা.djvu/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহুৰ সভাষণ।

পাইছিলো খেল। | কথা-বাৰ্তা সকলেবোৰতে মউ। এজন শিক্ষিত | ডেকা বন্ধুৰে মাতিছিল খুৱাম বুলি; আবেলি পৰত অকলে অকলে | গলে। তালৈকে বুলি। প্ৰথমে গ’ | হাত-জোকৰ। অভ্যৰ্থনাৰ পাল; তাৰ পিচতহে | ধৰিলে। গম কথাটো নহ'ল ভাল। কিয়নো খাবলৈ ভিতৰ সোমাই | কাণ্ড দেখিলোঁ। মহৎ, আছে খাদ্য | নিশ্চিন্তে ওই কঁপাই টেবিল ভক্ত। খৰিকাত দিয়া | কুকুৰা মঙ্গই থৈছিল ঠালত সজাই , আছিল ফটিক। বটল চেৰেক ভক্তলৈ বাট চাই। আৰু কত। | বিলাতী আহাৰ মুনা নজনা নাম। চামুচ কাটাও দেপিলে। তাতে যদি ও নাজানো কাম। সুধিলে। বন্ধুক– “কি কাও। ইনো বিহু কেনে?