পৃষ্ঠা:ৰহঘৰা.djvu/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয। কোনোৱে গালত বুলালে হাত প্ৰেমৰ ৰসত পমা। কাবোব। প্ৰথম দেখা দেখিতেই ব’লে চকুৰ পানী; কাৰোব মুখ পৰিল ৰঙা গাটো উঠিল ঘামি। ন বোৱাৰীয়ে | বিহু খাবলৈ মিতিৰ আহিছে তনি; ভিতৰৰ পৰা | চিনি ললে, বাৰৰ অলঙাই জুমি।। ইজন-সিজনৰ খাৱন-নৱন | দিয়ন থেৱন হল; গ উঠাই। | গীত গাই | পাক দিবলৈ গ'ল। “দহ-৭চি” | “চাক-পাঞ্জা” চিঞৰত গগন ফাটিল; ঢোল-টক। | পেপা কালিৰে নতুন বছৰ আহিল। নতুন প্ৰেমিকে লেখিলে চিঠি সোনালি চিয়াহী লই; (প্ৰমৰ উপহাৰ। | কিমান চলিল কোনে অব কই? বিহুৰ বতাহত আমাৰ গাতে। লাগিছিল নতুন ঢউ;