পৃষ্ঠা:ৰহঘৰা.djvu/৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিহুৰ শৰণ। প্ৰাচীন জাতিৰ আট দিব বেলি | গৰ্ব হব। তোটা -দৰে জিলিকি পৰিম, মাজতে আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। বিহুৰ সম্ভাষণ। চতৰ শেহত ৰঙালি বিহু | চাপিল হাহি নাচি; লৰা-বুঢ়। | ডেকা চাপিল | কাহি-হি-হাচি। নতুন সাৰ | ‘বাহাৰত হ'ল | এক-তবক চত্ব; বিহুৰ ৰসত | ওকলি উঠিল আবেগ-ভৰোৱা বুক। মাকৰ ঘৰলৈ | জিয়াৰী আহিল | শহুৰৰ ঘৰলৈ জোঁৱাই; ওলগ ললে, | পেট ভৰালে, সাহ-পিঠা চোৰাই। কোনোৱে কাকে বলে ফোলা, কোনোৱে খালে চুমা;