পৃষ্ঠা:ৰহঘৰা.djvu/৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫০ আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সত্য। (আমি) জাতীয় ভাষাৰ সাহিত্য-চচ্চা, এৰিলে। জাতিৰ দেশৰ অৰ্চা; মামৰে ধৰ। ৰীতি এৰি | কৰিম সকলে নব্য। কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। নালাগে আমাৰ লেতেৰা দেশ, লেতেৰা মানুহ জলখা বেশ; পুৰণি বুৰঞ্জী কৰিম ধ্বংস, বঢ়াম নতুন সুসভ্য বংশ; কৰিম লুপ্ত পুৰণি কীৰ্তি, বৰ্বৰৰচিত সৰ্ব্ব। কননা আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। (১১) আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। লৈছো আমি নতুন দীক্ষা, পাইছে নিতে নতুন শিক্ষা, আমাতে পানি উন্নত জাতি, বান্ধিম তাৰেই জাতীয় ভেটি,