পৃষ্ঠা:ৰহঘৰা.djvu/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৯ আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। | আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। (আমি) পাহৰি আহিছে! ঘৰুৱা মাত নাথাও চামুচ নহলে ভাত, এৰিছে। সকলো আগৰদনীয়। | চুষ-পেয়-চ্য। কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। আমি হিন্দুস্থাৰ প্ৰথম শ্ৰেণীৰ সভ্য। বাহিৰ আমাৰ সদাই নিকা, ভিতৰৰ পায় কোনেনো টিকা? নিজৰ দোষলৈ সততে অন্ধ, পৰদোষ কৰে। দেখিলে শুদ্ধ, নিজৰ স্বাৰ্থত হোৱা বিত ভাব কৰ্তব্য। কিননা আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভা। আমি হিসুৰ প্ৰথম শ্ৰেণীৰ সভ্য। ধি •া আমাৰ পথত, অজ্ঞান, অসভ্য বৰ সিহত, দেখিলে নাসিকা কুঞ্চিত কৰি, ভাবে। গলিত ব্য। কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ