পৃষ্ঠা:ৰহঘৰা.djvu/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা।

“পেণ্টত ধৰিছে। চুৰিয়া এৰি, পাগুৰি পেলাই পিন্ধিছে। ‘হেট’, ‘কলাৰ লগাই, তুলিছে। ফেট, ডাঢ়ি-গোঁফ খুৰাই, ‘পাউডৰ লগাই, | ভাবিছে। নিজক ভব্য। সেইহে আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। | (৪) আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। কোমল চাউল, চিৰা পিঠা, আমাৰ মুখত লগে তিতা; “ফাউল” “বীফ কুকুৰা-কণী, মদৰ বটল বিলাতী পানী, নহলে এতিয়া নহয় আমাৰ পূৰ্ণ খাদ্য-দ্ৰব্য। কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য। আমি ‘লভ কৰে। বিলাতী মতে, গা ঘেলাও পত্নীৰে সতে; ( নিজৰ নহলে) পৰৰ স্ত্ৰীৰে বন্ধুতা কৰি, বাটত ফুৰে হাতত ধৰি; ( কিয়নো ) ভালৰ মানত সকলো ভাল যেনে দুগ্ধ গব্য। তাতে আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।