পৃষ্ঠা:ৰহঘৰা.djvu/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| ৪৬ হব। শেহত পূৰ্ণৰ অৱস্থা দেখিলে, আটায়ে বোলে হৰি। সম্পদৰ বন্ধু যিমান আছিল, সকলে আঁতৰি গল; খোৱাৰ দুখত, মনৰ শোকত, মাকৰে। মৃত্যু হল। উপায় নাপাই মহাবিদ্যাটি কিঞ্চিৎ আয়তকই; কিছুমান দিন তৰিলে পূৰ্ণ, নিশাচৰটি হই। তাতে কিন্তু ভাগ্যৰ দোষত, ঘটিল বিপদ বৰ; এমাহ পিচত বগা ঘৰত হলগৈ পূৰ্ণৰ ঘৰ। অনুতাপৰ বহ্নিত এতিয়া চেঁচা পোৰ! হই; তাতে এদিন মৰিল পূৰ্ণ, অপোনঘাতী হ। গুৰিতে শাসনৰ অভাব হলে কেনে পৰিণাম হয়; পটন্তৰটো জলি থাকিল, ভবিষ্যতলৈ।