পৃষ্ঠা:ৰহঘৰা.djvu/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূৰ্ণচন্দ্ৰ। সদৰ আমীন | সৰ্বানন্দক সকলো ৰাইজে জানে; মন নহলেও | ঘৰৰ ঘৈণীয়ে | দেৱতাৰ দৰে মানে। ত্ৰিচ বছৰত | ভৰি দিওঁতে জন্মিল এটি পুত্ৰ; পুৱাই বাপুৱে পাজি মেলি | চালেহি গতি-গোত্ৰ। নামটো থলে | পূৰ্ণচন্দ্ৰ | সোঁৱৰণি এখন কৰি; দিনি দিনে | লহি বাঢ়ি ফুৰিৰ পৰা পৰি। সৰুতে ঘৰত পঢ়িছিলে ফলি পুথি লই; অ-আ, ক-খ- মাতিব পাৰিছিল কতো নোৰোকই। স্কুলত দিলতো প্ৰথম ছোৱাত আছিল লৰাটো ভাল। মা-বাপেকৰ সহায় পাইহে পিচত হহি কাল।। দুই, তিনি, চাৰি বছৰকৈ একে শ্ৰেণীতে পঢ়ি ,