পৃষ্ঠা:ৰহঘৰা.djvu/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ হঘৰা। সেই হে আমি লৈছে। মত, থাকিম সদাই পৰৰ আঁৰত, থাকিব তেও প্ৰাণটো বাঁচি লোকৰ লাথি খাই। স্বৰ্গলৈ বা নৰ্কলৈ যাওক মৰা যায় যলৈ; কড়াকড়ি | আমাৰ ভাগত আৰু কোনে পায়? জগতত বাৰু কোনে আজি ক’ব পাৰে বুকু ডাঠি, আমাৰ দৰে শিয়ান মানুহ | বিচাৰিলে পায়? ( অন্ততঃ ) মৰিলে কাৰে। নাথাকে প্ৰাণ, এই ফেৰা আমাৰ আছে জ্ঞান; সকলে এৰি প্ৰাণটো ৰখাই আমাৰ মন্ত্ৰ ঘাই। সেইহে আমি নোখোজে। আন, চৰকালৈ নকৰে। কাণ, জীয়াই থাকিলে বাপাইৰ নাম, মান যদিও যায়। ঘোষা।- আমাতকৈ বুধিয়ক নাই। | পৰৰ মূৰত আছে। একঠা খাই। লত