পৃষ্ঠা:ৰহঘৰা.djvu/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰংঘৰ। ( আৰু ) কৰিছিল নানা আবিষ্কাৰ, লোকে ভুজিছিল সাৰ তাৰ, যদিও নিজে পেটৰ ভোত আছিল কলমলাই। এই চোৱা,-গণিত বিজ্ঞান, ভাৰতে উলিয়াই দিলে প্ৰাণ, মজা কৰিলে | ইউৰোপে বিনা প্ৰচে পাই। আৰু কত যুঁজ বাগৰ কৰি কৰি লাগিল ভাগৰ, লোকে দেখি। | হৰিষ পালে নিলগৰ পৰা চাই। আজি কিন্তু সিকথা নেচেল, আমাৰ ওচৰত সকলো ফে’ইল” আজি আমি | কাম কৰাওঁ প্ৰৰ হতুৱাই। এৰিলোঁ। আমাৰ ৰাজ্য-দেশ, কৰিলোঁ। ভাবনা-চিন্তাৰ শেষ; ৰাজনীতিৰ লগত আমাৰ কোনো সম্বন্ধ নাই। বিজ্ঞান দৰ্শন পিহিছে লোকে, দিনে ৰাতিয়ে লঘোনে ভোকে, ঘৈণীৰ লগত চুপতি কৰিয়েই আমাৰ সময় যায়।