পৃষ্ঠা:ৰহঘৰা.djvu/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰ। ডাঙ্গ হলেই | পঢ়াব লাগিব পইচা কড়ি ভাঙি; ছোৱালী হলে উলিয়াই দিওঁতেই লাগিব ধনৰ সাঙী। সৰ্বস্বান্ত হৈ, লাগিব শেহত | বানপ্ৰস্থী হ’ব; তেতিয়াও হায়, ডেকালিৰ চিন সাঁচ বান্ধি ৰ'ব। এতেকে বুঢ়া হোৱা ভাই, একে চোচাই কেচুৱা কালটো এৰি; কিয়নো মাজৰ ডেকা কালটো সকলো কষ্টৰ গুৰি। (৪)। শুনাচোন কওঁ | আৰু অলপমান ডেকা কালটোৰ কথা;- ইয়াৰ ঠেলাত মানুহ হয় ঠিক দীঘলডঢ়ীয়া পাঠা। ভাল-বেয়াৰ | নাথাকে বিচাৰ মনৰ নাথাকে থিৰ; নামানে কাৰো। | হাক বচন ভাবে নিজকে বীৰ। তেজৰ বলত। সংসাৰ বনত অনাই বনাই ফুৰে;