পৃষ্ঠা:ৰহঘৰা.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰংঘৰ। দুপৰ নিশা। | টোপনি এৰ পুৰিব লাগে তেল; সিমানতো দুই পৰীক্ষকবোৰ কৰে গ্ৰীক্ষাত “ফে’ল”। (আকৌ ) চুচৰি বাগৰি, বহু প্ৰবন্ধে হলেও পৰীক্ষা ‘পাচ’; খাটিব লাগিব | কামৰ বাবে ধৰি ভাগৰৰ পাচ। কামত সোমালে “ওপৰৱালাৰ” সুমিষ্ট সম্ভাষণ; দিনে দিনে | গ্ৰহণ কৰিহে ঘটিব পাৰি ধন। এতেকে বুঢ়া হোৱা ভাই, একে চোচাই কেচুৱা কালটো এৰি; কিয়নো মাজৰ ডেকা-কালটো সকলে কষ্টৰ গুৰি। আছে আৰু শুনা ডেকা কালটোত ইয়াতকৈ বিপদ বৰ, পোনেই ধৰ।। | ছোৱালী আনি | কৰিব লাগিব ঘৰ। জয়তে নতুন ঘৈণীৰ ওৰণি তলৰ হাঁহি;