পৃষ্ঠা:ৰহঘৰা.djvu/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪ ৰংঘ। (২২) দেখোতে মেধিয়ে ঘাটৰ থল কেৰেয়া নাও তললৈ গ'ল; মাজিয়ে উঠি। | সকলো ক'লে মিতিৰ কুটুম পাই। বাতৰি দিলে- “পানীৰ তলেদি মেধি তীৰ্থলৈ যায়।” (২৩) শুনি আটায়ে কালি-কাটি, পালেহি বহল নদীৰ দাতি; কিছুমান বেশি ইফাল-সিফালকৈ বিচাৰি-খোচাৰি চাই, দেখিলে জড় দেহাটি ল’ই মেধি তীৰ্থলৈ যায়। (২৪) কি দৰে সৎকাৰ কৰিব শৰ, দাহ কৰিবনে দিব কবৰ, পণ্ডিতে বদলে— “এয়েই ভাল তোলাৰ সকাম নাই; প্ৰভুৰ ইজ্জত মৰিও কি জানি মেধি তীৰ্থলৈ যায়।”