পৃষ্ঠা:ৰহঘৰা.djvu/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধনীৰামৰ ধন। তত | (১৯) ডেকাই এনেতে লগালে মাত, “ভাতত সোমাই নাথাকে জাত, গমাথতে | পাৰা প্ৰমাণ তৰ্কৰ সকাম নাই; তাকে শিকিবলৈ তোমাৰ দৰে মেধি তীৰ্থলৈ যায়।” “ৰাখিছ। প্ৰাণ খাই ভাত, তাত যাব নোৱাৰে জাত, ভালৰ অৰ্থে | কৰা কামৰ কোনো পৰাচিত নাই”; শুনি গুণি | বেজাৰ মনেৰে মেধি তীৰ্থলৈ যায়। (২১) তিন দিনৰ মূৰত জাহাজ গ'ল, পিচৰ ঘটতে মেধি ৰ’ল; পৰাচিত হবলৈ উজাই আহিল | কেৰেয়া নাও পাই; শুনিলে মাজিয়ে- নাৱেৰে কিয় | মেধি তীৰ্থলৈ যায়।