পৃষ্ঠা:ৰহঘৰা.djvu/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ ৰহঘৰা। মেধিয়ে বোলে—“এইটো কোন?” ডেকাই বোল'ৰান্ধনি বামুণ”; মেধিয়ে বলে- “বামুণ যদি পোন্ধ নো কিয় নাই?” ডেকাই বেলে- “এনে বাপুৰেই মেধি তীৰ্থলৈ যায়।” “মেখেলা পিন্ধা"- মেবিয়ে কয়, মুছলমান এইটো বুজিছো মই; ইয়াৰ হাতেৰে ভাত খুৱাই দেহাটো কৰিলা ছাই; আৰু নো কিহৰ। | আশা কৰি মেধি তীৰ্থলৈ যায়? | (১৮) বিনাই বিনাই পইচা দিলে; ভাতেই মেধিৰ জাতটো নিলে; নিজকে দুষি মূৰটো দোৱাই চিন্তাত অৱশ কায়; পাবনে নাপায় জাতটো ভাবি, মেৰি তীৰ্থলৈ যায়।