পৃষ্ঠা:ৰহঘৰা.djvu/৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেধি তীৰ্থলৈ যায়। (১৩) ইয়াকে ভাবি মুখলৈ চাই, ক'লে—“হেৰা মেধি-কাই, ভালকৈ মই ভাত ৰন্ধাইছো, লোৱ। এমুঠি খাই; তেনেকৈয়েহে | আগে পিচে মেধি তীৰ্থলৈ যায়।” (১৪) মনটো থকা দেখি মেধিৰ, “বটলাৰেৰে কৰি ফিকিৰ, শেৱালে ডেকাই কোঠাত ভাত, আৰু কোনোৱেই নাই; তাকে খাই লৈ | নতুন বলেৰে মেধি তীৰ্থলৈ যায়। (১৫) ক্ষন্তেক পিচত ‘বটুলাৰ আহি, খুজিলে ধন হাঁহি হাঁহি; দেখিয়েই মেধিৰ কঁপনি উঠিল | এইটো কলৈ যায়? নাজানেনে ই | ‘পুইণ’ কৰিবলৈ মেধ তীৰ্থলৈ যায়?