পৃষ্ঠা:ৰহঘৰা.djvu/৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা। (১০)। দুখনমান তামোল খোৱাৰ বেলি, গৈছিল জাহাজ চৌবোৰ ঠেলি, এনেতে বালিত সোমাই পৰিল, | অলপপ লৰচৰ নাই; সৰ্বনাশ হ’ল, এতিয়া কেনেকৈ মেধি তীৰ্থলৈ যায়? (১১) তিন দিন জাহাজ তাতে ৰ'ল, মেধি উঠিব নোৱৰা হ'ল; বালে-কালে | আছে ভৰি মেধিয়ে কেনেকৈ খায়? কলপকলপকৈ | শুধ শৰীৰে মেধি তীৰ্থলৈ যায়। (১২) জাহাজত এজন আছিল ডেকা, ভাবিলে মেধিয়ে পাইছে সেকা; কিনো চলেৰে একঠা ধৰাই | জীৱটো ৰখা যায়। শুকাই মৰিলে | তেতিয়া ক'ৰ মেধি তীবলৈ যায়?