পৃষ্ঠা:ৰহঘৰা.djvu/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মেধি তীৰ্থলৈ যায়। ২১ কৰিলে প্ৰশ্ন-“যাবি কলৈ?” মেধিয়ে কলে,-“তীৰ্থ যলৈ”, শুনি বাবুয়ে দিলে ধমক- “তেনে ‘টিকট নাই”; কি হব উপায়? কেনেকৈ এতিয়া মেধি তীৰ্থলৈ যায়? (৮) মেধিয়ে বোলে—‘টকাকে খোৱ', শুনি বাবুৱে বোলে-লোৱা, গোৱালৈ | দিলে টিকট | দুকুৰি টকা পায়; কলৈ যাব। | নজনাকৈয়ে মেধি তীৰ্থলৈ যায়। জাহাজত মেধিয়ে বলে উঠি, মেলিলে জাহাজে ঘোৰাৰ ছুটি, পাৰৰ গছবোৰ উভতি লৰিলে, এনে অদভুত নাই; লগুণ ডালত। | খামুচি ধৰি মেধি তীৰ্থলৈ যায়।