পৃষ্ঠা:ৰহঘৰা.djvu/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা।

বাৰে চহু . কথা চোবাই, | সম্বন্ধ ৰিকই; উলটিল দুয়ো শহুৰ জোৱাই | মুৱা হই। ফাগুণ মাহৰ | ছদিন যোত বিয়াখন পতা হল; কৃষ্ণ শৰ্মাৰ দুইটা ওঠত | হাঁহি বিৰিঙি ৰ’ল। বসতি বলে। হৰ-গৌৰায়ে | দৰ। কন্যাৰ গাত; লগতে পৰিল। ভকাৰ | হিয়া-কৰিখন শীত। ৰাইজে হলে। | দুয়ে পক্ষকে পাৰিলে বিষম গালি;- “বিয়া নহয় শহুৰ জোঁৱায়ে ছোৱালীজনীহে খালি।” বিয়াৰ পিচত এদিন দুদিনকৈ | এপৰ মাখোন গ'ল; জকাই চুকৰ। | ভদোৰ ঘৰত | উঠিল কোলাহল। লাৰ-চাপৰি সকলো গঞ। ভদোৰ চোতাল পাই;