পৃষ্ঠা:ৰহঘৰা.djvu/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কন্যামেধ। পোকে খালতহে দাত কেইট। | এৰাই পৰিছে সৰি। ছমাহ হৈছে এই ভদোৰে | পত্নীয়ে স্বৰ্গ পোৱা; সেইহে হাতত লাখুটি লই হৈছে ছোৱালী চোৱা। হাদিৰ চকীৰ | কৃষ্ণ শৰ | আছিল এটি কন্যা; দহ বছৰত। | দিছিল ভ'ৰ ৰূপে গুণে ধন্য।। বিয়াৰ বৰ চমু চাপিল | লৰা পাবলৈ নাই; কি হব উপায়? বিয়া নিদিলে যে পৈতৃক জাতটো যায়! (ভাকে ঘোনে দৰা বিচাৰি | টালি টোপোলা সই; সাদিনৰ মূৰত | গছৰ তলত ভদোক পালেগই। ভদোৰ আশাৰ | বাস টোত লাগিল বুঢ়াৰ মন; ধনী জোৱাই, কেও কিছু নাই, পামবহুতো ধন।