পৃষ্ঠা:ৰহঘৰা.djvu/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

wwwwwww • • ৰহঘৰ। ww • নাকটো দেখিলে আটায়ে বোলে, কচাৰি ৰজাৰ বংশ। মৰাপাট যেন চুলি টাৰেৰে ঢাকা গোটেইটো মূৰ; শুকুলা ডাঢ়ি | গোঁফৰে সৈতে | মুখ হৈছিল পূৰ। ঢোল পেট, কুজা পিঠি, | ধেমুভিৰীয়া ঠেং; খোজ কাঢ়োতে | চোৱা যত সাইলাশ ভেকুলী বেং।। দাৰ কথাটো | নিজে নিজেই গমি-পিটিকি চোৱা, লোকৰ ঘৰত তামোল নাথায়, তাতে প্ৰমাণ লোৱ।। বয়ৰ কথাত | মুখ নবজাই ‘চুপে থকাই ভাল; কিয়নো তাৰ | কথা ওলালেই লাগিব ধৰিয়াল। চকু চৰহা | ৰাইজে কয়, | ষাঠি বছৰ বুলি; প্ৰমাণ দিয়ে আঙ্গলী টোৱাই দেখুৱাই মূৰৰ চুলি ভদোৰ কথা। | মানিলে মুঠেই দিছে চিত ভৰি;