পৃষ্ঠা:ৰহঘৰা.djvu/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাল-কুমাৰী। "wwwwwwwwwww এনে সাষ্টাঙ্গে পৰি শিৱ-লিত কৰিলে নমস্কাৰ; দেখি ভাবিলে কাঞ্চনমতীয়ে- শিৱ তেওঁকৈ চাৰ। নতুন প্ৰেমৰ | নতুন ৰসত | ওফন্দি উঠিল হিয়া; মনে মনে কৰিলে ঠিক কৰিব শিৱক বিয়া। এনেতে এটা হৃষ্ট-পুষ্ট কুকুৰ ওলাল তাত , যাওতে গাটো | ঘহাই গ'ল শিৱলিৰ গাত। ভাবিলে কন্যাই। সামান্য নহয় সৰমানন্দন এওঁ; দেখাতে ডাঙ্গৰ শিৱতকৈও নহয় সমান কেও। ইয়াকে ভাবি | ধৰিলে পিচ কাঞ্চনমতীয়ে লৰ; কুকুৰে গ'ই কৰিলে প্ৰবেশ পাই চণ্ডালৰ ঘৰ। আধা সিজা | বৰাৰ মহেৰে পেটটো ভৰাই ঠাচি; আছিল এট। | ডেকা চণ্ডাল চোতালত ধেনু চাচি।