পৃষ্ঠা:ৰহঘৰা.djvu/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ ৰহঘৰা। wwwwwwww www আক্টেলি নােপােৱা প্ৰকাণ্ড বিৰিখ হ’ল পৃথিবীত পৰি। গুটি লাগি তাৰ হ’ই সাঙী-ভাৰ | গছত ওলমি বলে ; পাই কোনােবাই ৰস উলিয়াই | ‘বটলত ভৰি থ'লে । পৃথিবীত পৰি টিকনি ছিগিল, গল সুধা নাম তাৰ , পেট-কটা বাবে লঠামূৰা “ধৰ পেট-কটা অৱতাৰ। ‘মা’ নাম হল। | সর্বত্র বিদিত বেচোতাৰ নাম ‘সুৰি” (তড়ি); পাব পাৰি কেননা এঢোকা খালেই এতিয়াও স্বর্ণপুৰী । এতিয়াও হেনাে সুৰাপায়ী হলে মােহিনীয়ে চুমা যাচে ; ৰাগিটি লগাই, | যতেই বাগৰ। ততেই স্বৰগ আছে। পবিত্র সুধাৰ সাধু উপাসকে দেখে ধৰা পুণ্যময় ; কুকুৰে যদিও | কৰে অপকর্ম নাথাকে তথাপি ভয়। কলকলনাদে ‘গ্লাচত’ ঢালোতে আহে নামি মন্দাকিনী;