পৃষ্ঠা:ৰহঘৰা.djvu/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুঢ়া বুঢ়ীৰ দন্দ

(১০)
“ইয়াকেহে কৰ শোলা!”
ডাঁ‌ঢ়িত খামুচি  গাজনি মাৰিলে,—
“এতিয়াই বাহিৰ ওলা।”
(১১)
বুঢ়াই মাৰিলে টান;
ডাঁ‌ঢ়ি কোঁ‌চা ৰল  বুঢ়ীৰ হাততে
পৰি ছিগি গল কাণ।
( ১২ )
আনিলে ডাক্তৰ মাতি;
পুতেকৰে স'তে  পৰদি বুঢ়ীয়ে
কটালে ইছোৱা ৰাতি।
( ১৩)
বুঢ়া বুঢ়ীৰ ‘দন',—
ইয়াক শুনিলে  গুচে খৰিয়াল
হয় ধৰ্ম্মল’ই মন।