পৃষ্ঠা:ৰহঘৰা.djvu/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেক-স্তোত্ৰ। বাৰিৰাশি মন্ত্ৰ বলেৰে। বৰ্ষাকাল এক মাত্ৰ তেকৰ কৰুণা। বিনা ভে পুৰোহিত, অলাভাবে গজিলহেতেন হাতে। দুবৰি বন জগত বাসীৰ। এতেকে হে বিশ্ববাসী, নহবা কত, শক্তি চাই দিয়া আনি ভেকৰ দক্ষিণ, ৰজা ৰূপ, চিকা ৰূপ পান-তামোলৰে; ৰাৰ কৰুণাত, জীৱনৰক বৰ্ষ। ঋতুৰ.উদয়। কৰা স্তুতি যথাৎ, পৰি চৰণত;-“হেৰ। পুৰোহিত দেউ, বামুণ ভোকোলা, দিয়। গাই বেদমন্ত্ৰ, আমাসাক দান,ধন-ধান্ত, পুত্ৰ-কন্যা, সুদীৰ্ঘ জীৱন। দিম আমি যথাশক্তি যজ্ঞৰ দক্ষিণা, মধুপৰ্ক সুমিশ্ৰিত জলপানে সতে; চৰণৰ দাস হই ৰম চিৰকাল।