পৃষ্ঠা:ৰহঘৰা.djvu/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহঘৰা। ৩। ডাহৰ হোৱাৰ লাভ। বাপুৰ গালত চুৱা লাগি। এছাৰ মাৰিয়েই শুচি; লগুৱাৰ ভৰিত পোতনি পৰিল পৰাচিত কৰিহে “খুচী"। ভেক-স্তোত্ৰ। (ঋথেৰ দশম মণ্ডলৰ এটা স্তোত্ৰৰ ভাব লৈ লিখা)। ঢাকি সুবিশাল হ্ৰদ, তুলি উচ্চ ৰৱ, গায় স্তোত্ৰ ভেকদল, কৰি আকিঞ্চন বাৰিষাৰ শুভ-আগমন। (কানো কৃষ্ণ কোনো গৌৰ কোনো বা লোহিত, পৰিধান উত্তৰীয়, মুণ্ডিত মস্তক। প্ৰথমত, এজনে আৰম্ভ কৰি, বৰ পিচে আনে, যথাক্ৰম, অধ্বযুৰ তৃৰ পাচত। উঠে সুৰ আৱৰ আকাৰ, গান্ধাৰত ঋষভ, ধৈৱত পুৰত দ্ৰীভূত। মেধবৃন্দ হয় উত্তাপত। জানে কোন পূজাৰীয়ে ইতেন সঙ্গীত, বিনা ভেক শিৰোমণি পূজাৰীকুলৰ? কাৰ সাধ্য কৰে আৰু বাঞ্ছিত পূৰণ, নমোৱাই