কাঢ়ে কিনো হুমুনিয়া পচিমলে চাই দুধাৰি চকুৰ লোৰে দুগাল তিয়াই! আয়ে মোৰ ৰই ৰই কয় থোকাথুকিকই,— “ইৰাৱান! সিও মোৰ থাকিলেতো পৰি, আৰু নো কিমান অই?―নেপালোঁ বাতৰি।
⸻