পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰথী ৺হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি ৰক্ষাৰ কাৰণে আসাম সাহিত্য সভাই তেখেতৰ শেষ বাসস্থানৰ এচুকত এই স্মৃতিস্তম্ভ প্ৰতিষ্ঠা কৰিলে। ইতি ১৮৪৬ শক জন্ম ১৭৫৭ শক ২৪ আঘোণ খৃঃ ১৮৩৫ মৃত্যু ১৮১৭ শক খৃঃ ১৮৯৬