পৃষ্ঠা:হেমকোষ.pdf/৯৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমেন্দু। পলম; গহৰি, 'remiseness, dilatori- ness, সমা--হেমাহি, হেলা-পুলা, আগৰ- টোৱে এলাহত হেলা কৰি কাম পেলাই থোৱা, আৰু পাচৰটোৱে ঘনে ঘনে মিছা ওজৰ উলিয়াই বা আজি কৰিব নোৱাৰো কালিলৈ কৰিম বুলি কামত গহৰি কৰা হৈমেজু, “হিমেজু চোৱা। অনুক, গাইৰ মাতৰ নিচিনা শব্দ, an imitative sound used to express the lowing of cows. হেলেনি, স. শগাইৰ মাত, the lowing of cows. হেৰেলিয়া, অ, ধা, গাইৰ দৰে মাতৃ, হেৰে শব্দ কৰু, to low, as a covw. হেয়, বি. (সৎ, হেয়হা, ত্যাগ কৰ) ত্যাগৰ যোগ্য, আহ, গ্ৰহণ কৰিব লগীয়া; যেনে, বুঢ়াৰ কথা হেয় নহয়; অমান্য, তুচ্ছ; যেনে, মুখ মানুহ হেয় হয়, lot acceptable, mean, despicable. হৈৰ, স, অব. (স. হে, সম্বোধন) তুচ্ছ মানুহক মাৰ্তোতে ব্যৱস্থত মাত; যেনে, হেৰ ডোম, a vocative particle used in addressing an inferior, হেৰণু, দ, স, হোেৱা অৱস্থা, the state of being lost. হে-উগল, স. শ(অৎ হেৰণ, হেৰোৱা + ভগন, ভগ) কোনো বস্তুত হেৰোৱা বা ভগা অৱস্থা; যেনে, এই বস্তুৰ হেৰণ ভগনৰ গৰীয়া নাই, loss or breakage of something. ক্ৰি. বি. হেৰালে বা ভাগিলে; যেনে, হেৰণ ভগন এই বস্তুৰ বেচ পচ টকা লাগিৰ, in case of loss or breakage of a thing. হেৰা, অ. বা. (অং হ, লোপ পা, নথকা ই) নথকা হ, অদৃশ হ, বিচাৰি নোপোৱা হ; যেনে, মোৰ কটাৰী হেৰাল, to be icost, to cease to be in the possession of some person. হেবা পা, গৰাকী নথকাত পা, কোনো ঠাইত হেৰেম-গৰীয়া পৰি থকাত পা; যেনে, কটাৰীখান হেৰা পলো, to find as something lost by some one. হেৰা, স, অব্য. সং. হে, সম্বোধন) হে-ৰা, সমনীয়া মানুহৰ সম্বোধন; যেনে, হেৰা সখি, হেৰা দেও, a terin used in femiliarly addressing a person. হৰি, স, অব্য, মৰমেৰে সম্বোধন কৰা মাঙ; যেনে, হেৰি বাটি, •a voeative used in addressing anyone affectionately. হৈৰি, অব্য. কিবা বোলে, কথাৰ মাজত হৈৰি-আঁ, কোনো কথা পাহৰাত সুঁৱৰিবলৈ সময় পাবৰ নিমিত্তে মতা মাত, a term used in the same senge as the ex- pressiou " wliat do yoti call it." .” হৈৰুৱা, স. - (অ. হেৰা, নথকা হ) হাতত নথকা কৰ, মনোযোগ নকৰি হানি কৰ, বিচাৰি নোপোৱা কৰ; যেনে, কটাৰী- খান হেৰাল, মই তাক হেৰুৱালো, to lose, to cause to be lost. হেৰেই, স. অব্য. {সং, হে, সম্বোধন } লৰাৰ দৰে লেনিয়াই বা সাদৰ লগাই মা মা; যেনে, আই হেবেই! বা হেৰেই আই! & vocative particle used by a child in affectionately addressing, his father or mother. হেৰেপনি, স, শ, (অৎ, হেৰেপা, চেপেটা খাই পৰা) খাগৰি ইকৰা আদিৰ ডাঠ .. হাবি, গেজেপনি, a thicket, long and coarse grase, &c., thickly set. হেৰেপা, বি. চেপেটা হৈ জাপ খাই পৰা ( খাগৰি বা আন ভূত খাটে); যেনে, বতাহত ধানবোৰ হেৰেপ হল, beaten down as reed or grass. হেৰেপা খা, 'চেপেটা হৈ জাপ খাই , to be beaten down as grass, &c.- হেৰেগৰীয়া, বি. (অংগৰু, বাগৰি যা; ভাত পানী বা আন বস্তু বাগৰি যায়, এঙেকে) আওগৰীয়া, এটলীয়া { মাটিত টে}; যেনে, নাচিৰ নজনাৰ চোতাল খানহৈৰৰম- গৰীয়া, sloping, aslant, as ground.