পৃষ্ঠা:হেমকোষ.pdf/৯৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু। হৃষীকেশ

হক, অনুক, কোনো শব্দৰ বৰু পৰোতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express the noise camised by something falling heavily. ইসাই, ক্ৰি. বি. মুকস শব্দ কৰি, inalking the above sound. হুৰ্বল, স. শ. ( অং, বল, শক্তি) বলেৰে টানি আঁজুৰি কামত নিযুক্ত কৰণ, ইচ্ছাৰ বিৰোধে কাম কৰাবলৈ কৰা বল, cocrcion, compulsion. অনুক, পানী আদি ঢলাব হুৰ, নিচিনা শব্দ, an initiative sound used to express that caused by the noise of water poured out. হুহুৰণি, স. শ. পানী ঢলাৰ শব্দ, the হুৰণি, sound of puring water, হুৰহুৰ, তা. বা. হু হু শব্দ কৰু, পানী হু ৰা, লাৰ নিচিনা শব্দ ক; যেনে, বৰষুণে হু হুৰাইছে, to make a sound as of water falling from a tube, &e. হুহুৰীয়া,। বি. হু হু কৰে পৰা; হুহুৰীয়া। যেনে, হুবহুৰীয়া বৰষুণ; উচ্চ শব্দেৰে চলা (বই); যেনে, হুবহুৰীয়া বহ; অকপটীয়া, পেটত কথা নৰখা, ভুলতলীয়া; যেনে, হুহুৰীয়া Ya, falling with a pattering sound, outspoken, bluff. মুহুৰ কৰে,? ক্ৰি. বি. হু হু শব্দেৰে, হুৰ্ছৰ কৰে, ডাঙ্গৰ শব্দ কৰি; যেনে, স্থৰ কৰে বৰষুণ বা বতাহ আহিছে, with & loud sulind, said of rain or wind. হল, স. শ. (সং. শূল, যাঠী বিশেষ) সৰু কাইট, সৰু জো বদ্ধ; গাৰ কোনো গত সোমোৱা সৰু কাঁইট বা জোঙ্গা বস্তু; যেনে, হলে হে ভূলক কাটে, a small thorn, a small thorn or point- od thing that has got into any part of the body. . ত্ব চাছ, অপকাৰ কৰিবলৈ গোপনে মন্ত্ৰণা বা উপায় ফৰ; যেনে, শৰুৱে হল চাচে, to plan or plot injury to somo pers011. হুলস্থূল, স, শ. তোলপাৰ, অনেক লোক গোট থোৱাত হোৱা হাই; যেনে, বিয়াৰ ঘৰত হুলস্থূল, confusion, disturbance, tumult. হল, স. শ. (সং, শূল, জেঙ্গি অস্ত্ৰ) মাটি খেচৰা আগ জোঙ্গা ফলীয়া বহ, a piece of pointuxl split Immiboo used for turning carth. হুলা মাৰি, স. শ. (অ. হুলা + মাৰি } ধানৰ গুৰি কঢ়িওৱা দুই মূৰ জোঙ্গা চেপেটা বাহ, বিৰিয়া, a piece of split. hamlo with pointed ends hech for carrying slicaves of paddy on tle shoulkar, “লা বাৰি” এনেও হয়। হলুকিয়া, অ, ধ, ঘৰ ভিতৰত কেমেৰ কৰি ৰস বাহিৰ কৰ (পোক খাটে); যেনে, পোকে হুলুকিয়াইছে, to cause matter to ouzo out from a sore. হুল দিল, স. শ. (হুলস্থুল, তোলপাৰ) হল- স্থূল, ভোলপাৰ, উবাজুব; যেনে, নগৰৰ হল দিল; মনৰ অস্থিৰতা, উদ্বিগ্নতা, উলগুগুল; যেনে, মনৰ হুল দিলত কথা 437y my, disturbance, confusion, tumult, perturbation, anxiety, হৃদয়, স. শ. (স”, হৃদয়, বুধ, শ্ৰহণ ক) বক্ষঃস্থল, বুকু, মন, the breast, the mind. হৃদয়ঙ্গম্ বি(সং. হৃদয়ঙ্গম হৃদয়, মন + গম্, গতি কৰ; মনলৈ যোৱা মনত সোমোৱা, মনত লগা; যেনে, সেই কথা তেওঁৰ হৃদয়ঙ্গম হোৱা নাই, impressed on the mind. . হৃদ্য, বি. (সং. স্বদ্য~-স্বদ, মন) মনৰ প্ৰিয়, প্ৰণয়ী; যেনে, স্বদ্য লোক, loved, dear. হৃদ্যত, বি. অতিশয় প্ৰিয়, প্ৰিয়তম। যেনে, হৃদ্যতম বন্ধু, dearest. 67191, . *. 8, friendship, amity. দুষীকেশ, স, শ, (স. অষীকেশীক,