পৃষ্ঠা:হেমকোষ.pdf/৯৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইচ্ছ। হুম্ হম্‌ গিৰ্গিৰ, পিয়াহ; আকাং, হাবিয়াহ; ধনৰ হতাহ, a craving for food or drink, a longing desire. দুদু, স. শ. (হোদো হোদো শব্দ কৰে, এভেকে) এবিধ কেঁচা জাতিৰ ভাঙ্গ চৰাই; তাৰ দুটা উপজাতি আছে। এজাতি বৰ ভাৰ আৰু তাৰে মূৰৰ দুই ক্তিত দুটা ঈ থাকে, তাক বৰ দুদু, আৰু সৰু জাতিক কোকুৰীয়া হই বোলা 49, a horned-owl, a screech-owl. ই, স. শ. (সং. নূন, কম) কমতি; দইন, ofy, deficiency, loss. হন উঠ, হানি পূৰ হ, to be made up, as a loss, . হুন্ ভোল, হানি পূৰা, to make up, as a loss. ক্ৰি. বি. (শুনো’ ক্ৰিয়াৰ অপ- জুননা, লংশ) শুনা যায়, কোনোৱে কয়; যেনে, এই বাৰ হমু গাঁৱত খেতি হোৱা নাই, I hear, it is rumoured. মাজাপে, ক্ৰি. বি. একে লগে, বহুত এক লগ হৈ; যেনে, কামবিলাক হুমাজাপে face, together, in a large number or quantity, unitedly.. মিয়া, অ, ধ. (কু, মেধৰ নিচিনা শব্দ) গৰ্জন কৰ, অপকাৰ বা প্ৰতিকাৰ কৰি- বলৈ আনৰ আগত ভাবি দি; যেনে, তালৈ ডাঙ্গৰীয়াই হমিয়াইছে, to threaten to retaliate or injure. মুনিয়াহু, স. শ. ( ই, বেজাৰৰ শব্দ + নিশ্বাস, উশাহ সুখ প্ৰকাশ কৰা দীঘল নিশ্বাস, a sigli. হুমুনিয়াহ কাট, মনৰ দুখত দীঘল নিশ্বাস পেল, to sigh. মূঠালি, স. শ. (হি. হম, মই; অৰ্থাৎ মোত বাজে কোন আছে) মইমলি, আপোন ইচ্ছা মতে চলা গুণ; পৌঠালি, অহঙ্কাৰ, self-will, self-conceit, pride. ম্ হমু, অমুক দূৰৈত মেখে গজাৰ নিচিনা 4, an imitative sound used to express that of distant thunder: হুমনি, স. শ. দূৰৈত হোৱা মেঘ গান, a rumbling of distant thyinder, হুম্মা, অ, ধা, হুম হুম শব্দ কৰ, দূৰৈত sto, to rumble, as distant thunder. হুম্ হম্‌ গিৰ গিৰ, দ, শ, ঘন ঘন হোৱ মেঘৰ গাজনি, a repeated sound of thunder. হুৰ, ডা. অ, ( অ. . উৰ, পাখিৰে, গতি কৰ 697 compte, a cry used to frighten away birds. হুৰ খা, ভয় পাই দিহা দিহি উৰি বা পলাই য; যেনে, চৰাই বা গৰুবোৰে দুৰ 627, to be frightened away. হুৰ খুৱা, ভয় ধুৱাই খেদাই দি, to frighten away. হৰ, অ, ধা, ভাগৰু, একেটা কামকে ঘনে ঘনে কৰি শান্ত বা আকৌ কৰিবলৈ অনি- ছুক হ; যেনে, খাক পঢ়িবলৈ কৈ কৈ হৰিলো, to be tired of. ইৰা, স. বা. (অ. দুৰ, চৰাই খেদা মাত ) ভয় খুৱাই খেদাই দি (চৰাইত কদাচিৎ আন তো খাটে), to frighten away • স্থ, বি. খৰা, বৰষুণ নথকা; যেনে, ৰা বতৰ, diry and hot, rainless, হুৰাওৰাৱে, ক্ৰি. বি. (সং. হাহাৰৱ, শোক শব্দ) বৰ উচ্চ শব্দেৰে (কাত খাটে), loudly (said of crying). হুমুৰা, স, শ, (হুমুৰ ৰা হৰহুৰ, হৰি, অনুৰূপ শব্দ) ভালে মান মানুহে কৰা হাই আৰু কিলাকিলি বা contorto, an affray, a tumultuous assault; a noisy quarrel. জুৰি মাৰি, অনেক লোকে একে বাৰেই হাই মাৰি; যেনে, ৰাইজে হৰি মাৰি গুচি 571, making a loud noise. হৰু, স. বা. (অং ৰোক; যেক) গোঙ্গা বন্ধৰ আগেৰে যুঁচি এৱা, ঘোঁক, ৰোক connota, to scoop or gouge out; to loosen and turn up with some thing pointed. .