পৃষ্ঠা:হেমকোষ.pdf/৯৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাৱালাৰ। হাৰাশান্তি। া দিওঁতা, one who injures or kills by incantations. হাৰাশান্তি, বি. (অৎ, হৰা, পৰাস্ত হোৱা। শাৰি, বৰ কষ্ট; কষ্টৰ দ্বাৰা পৰান্ত) বৰ কষ্ট বা শ্ৰম পোৱা, হাইৰাণ, আধাসাৰি, harassed, exhausted, wearied with toil. . হাৰি, স. শ. (সৎ, ডিক, এটা অন্ত্য জাতি) এটা অন্ত্য জাতিৰ মুনিহ, মলমূত্ৰ গুচোৱা এক জাতিৰ মত, a sweeper. (স্ত্ৰী) হাৰিব। হাৰী, স. শ. {সং, হাৰি, হৰোতা } হৰণ কৰে, দূৰ কৰাতা, গুচাওঁতা (সমাসৰ দ্বাৰা এটা সংজ্ঞা শব্দৰ লগ লাগে ); যেনে, দুঃখহাৰী, a remover, itsed as the last member of a compound voirl. (স্ত্ৰী) হাৰিণী। হাতে, কৃদ.স. (অঃ, হাৰ, পৰাম্ভ হ} যি হৰে, পৰাস্ত হওঁতা, one who is defeated vanquislıcd. (1) হাতী। হাৰ-গেঠনী, স. শ. সোণৰ হাৰৰ দৰে দিয়া গেঠনী, এবিধ চেলা গেঠনী, a plaiting of several strands. হা-ভাগী, স. শ. এবিধ মাছ, লাউপাতি মাছ, a kind of small fish. হামা, স, শ, (অং. হাৰ, ভিৰি অলঙ্কাৰ + মালা, গন্ধা ফুল; ডিঙ্গিত হাৰ বা মালাৰ দৰে লগা) কলহ, এৰাব নোৰ cott, something troublesome and unavoidable, “কলহ চোৱা। হাৰ্য, বি. (সৎ, হাৰ্য্য, হৰণ কৰ) হৰিব লগীয়া, হৰণৰ মোগ্য, to be divided. স, শ, হৰিব লগীয়া অঞ্চ, the number to be divided. হল, শ, শ, (সৎ হল, নাঙ্গল) যুৱলিৰ লগ লগাই বা নাঙ্গল, একে লগ কৰা নাঙ্গল যুৱলি আদি মাটি ভঙ্গা যতন; (দুটা গৰুৱে হল বোৱা যায়, এতেকে। দুটা, এযোৰ (প্ৰাণীত খাটে); যেনে, এহাল গৰু এহাল মানুহ, ploughing imple- " ments collectively, it plough at: tached to a yoke, a pair, a couple, as of animals. হা বা, নাঙ্গলেৰে মাটি চহা, to plough. হাল মেল, নাঙ্গল যুৱলিৰ পৰা জৰ মুকলি ক, , to set the animals free from the plough. . হালচা, স. শ. (অ. হাল, ভুটা গৰু চহ, চাহ কৰ এখান হালেৰে চহিব পৰা মাটি, এ পূৰাৰ চাৰি ভাগৰ এভাগ, at land measure consisting of one-fourth of a pura or equal to one Bengali bigha. . হালধি, স. শ(সং. হৰি; হিং, হলদী; বং, হলুদ, এবিধ মূল) এবিধ বাখৰ, এবিধ হালধীয়া মূল, turineric. হালধীয়া, বি. হালধিৰ নিচিনা বৰণযুক্ত, পীত, yellow, হালি, স. শ. (ব. হালি, নাও-চলোৱা যতন) নাৱৰ টিঙ্গত বন্ধা ডাঙ্গৰ গুৰি-বঠা, rudder. হালিম, স শ. ( হিং. হালিম, এবিধ শাক ) এবিধ শাক, garleri eress. হালে-হলে, কি, বি. ( অং. হাল, দুটা) দুটা-দুটাকৈ, in pairs. হালৈ, স. শ. ( যাৎ, হালোৱাই; বং, হালুই, মিঠৈ কৰোতা) সন্দেশ আদি মিঠা বস্তু কৰা মানুহ, a sweetmeat makes, হালোৱা, স, শ, {সং, হলৱাহক, হাল বাওঁতা) হাল বাওঁতা, নাঙ্গলৰে মাটি চহাওঁতা, a ploughman. f. sta বোৱা, নাঙ্গলেৰে মাটি চহা; যেনে, হালোৱা মানুহ; হাত লগোৰা; যেনে, etcitary step, ploughing, used in ploughing, as an animal. হালপঙ্গ, স, শ, (অং, হাল, দুটা+পতা, চেপেটা কৰা ধাতু) পেড়া আদিৰ দুটা পাট একে লগ কৰা চেপেটা লো আদি, a clamp of iron, &c., a hinge. হাৱালদা, স. . (যাং, হাৰিদাৰ) পট 739 fint, & native sergeant: