পৃষ্ঠা:হেমকোষ.pdf/৯৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হটা ৯৪৪ হত্যা } গৰিহণা; যেনে, চুৰ কৰি লোকৰ হটনি খাইছে, censure, reproach, হটা, স, ধা. নিন্দা কৰা, বেয়া বোলা; যেনে, অমুকে বু ককাকৰ নাম হটাইছে, to cause to be reproached, হটা, স. দা. { অং. হট, পাচ হেক) বণত পাচ ছোহকা, ঘটা, পৰাস্ত ক; যেনে, আমাৰ সৈন্যে শক্ৰক হটালে, to k:&use to retreat, to yout, to defeat. 7. স, হটাওঁতা, (স্ত্ৰী) হটাতী। হৰ্টোল, কদ, স. (অ. হটু, নিন। নিন্দোভ, Galateatt prato), one who censures or reproaches, (*1) te হঠাৎ, ক্ৰি. বি. {বং হঠাৎ, অকস্মাৎ ) অকস্মাৎ, পূৰ্ব্বলক্ষণ নোহোৱাকৈ, আগেয়ে নজনাকৈ; যেনে, হঠাৎ মৰিল, সোন- কালে, শীঘ্ৰে; যেনে, তেওঁ হঠাৎ নহে, suddenly, forthwith. হঠাতে, ক্ৰি. বি. শীঙে, সোনকালে, হঠাৎকাৰে, Wulfice, quickly, forth- with. . হতু, কৃদ. বি. (সং, হত-হন, বধ ক) বধ কৰা, প্ৰাণ শৰা; যেনে, ৰণত হত হল; নষ্ট; যেনে, তাৰ বুদ্ধি হত হল, killed, destroyed, lost. হচৈত, বি. (সং. হচেতন-হত, নষ্ট + চেতন, জ্ঞান) বিজ্ঞান, জ্ঞান গুচা, sense- loss, insensible. হতবুদ্ধি, বি. (সৎ, হতবুদ্ধি-হত, নষ্ট+ বুদ্ধি, বুলা শক্তি) বিবুদ্ধি, বিচুক্তি, bewildered, confounded. হভোগ্য, বি. (সং. হতভাগ্যহত •+ ভাগ্য, কপাল ) দুৰ্ভগীয়া, দুৰ্কপলীয়া, infot- tunate. হঙমূৰ্খ, স. শ. {হত অৰ্থাৎ মৰাৰ নিচিনা, মুখ, অজ্ঞান) মহা মূখ, বৰ অজ্ঞাম, a blockhead. হত, বি. (সং. হত-হত, নষ্ট + শ্ৰী, সম্পদ } সুখ সম্পত্তিহীন হোৱা; আয়ুস ক্ষয় পোৱা, মৃত; যেনে, সি হ হল, bereft of prosperity, dead and gone. হতাশ, বি. (সং. হতাশ-ইত, নষ্ট+আশা, আকাংক্ষা) নিশ, আশা ভগা, disap- pointed . হতা, স, ধা. (হাত, হস্ত) হাতেৰে দোলা উলাহি দুলীয়াক সহায়তা ক; যেনে, দোলাখান হতাই দিয়া, to give relief to a Dooli bearer hy raising, as the Duoli with the hand. হলি-বলি, স. শ, { অং. হাত, হস্ত + বলি, অনুক, আপোনাৰ ভাৰ্যা বা স্বামী বাজে আন তিলোত বা মতাৰ গাত হাত দিয়া আৰু অনুচিতৰূপে আলাপ কৰা কাৰ্য্য, ঘঁহা মতা, indu fami liarity with nian or woman 2:00 married to one's soll. হইতি, স. শ. (সং. হস্তাহস্তি-হস্ত, হাত; ব. ভাতি, এজনে আন এজনক হাতেৰে প্ৰহাৰ কৰণ) ইজনে সিজনক হাতেৰে প্ৰহাৰ কৰা কাৰ্য, কিলাকিলি, { the art of striking mach other with t3 hall. বি. নিচেই ওচৰ চাপি এজুনে আন এজনক হাতেৰে প্ৰহাৰ কৰা; যেনে, হতাহতি ৰণ, land to laund (fight, হতাইতকৈ, ক্ৰি. বি. একেটা কামতে অনেক জনে ধৰি বা হাত লগাই; যেনে, হতা- হতিকৈ কৰা বন বেগতে হয়, jointly (said of doing work). হতীয়া, বি. { অং. হাত, হস্ত ) হাত থকা, হভিযুক্ত; যেনে, চাবিহতীয়া মূৰ্তি; কিলা- কুটিৰ পৰা মাজৰ আঙুলিৰ মূৰলৈ যিমান সিমান দীঘল; যেনে, তিনি হতীয়া লেজু ( কেইটা ভাৰত এটা সংখ্যা শৰ পাচত ইয়াক যোগ কৰাখায় ), liaving hapes, a cubit long. হতুৱাই, আ, অব্য. (অৎ, হাঙ, হাতৰ দ্বাৰা) দ্বাৰা, কোনো মানুহ বা আন জক নিযুক্ত কৰি; যেনে, তোমাৰ হতুৱাই, কম; কুকুৰৰ হতুৱাই কামোৰালে, by the hand of, by. হত্যা. স. ম. (সৎ, হত্যা, বধ ক} 74, etten taal, the act of killing.