পৃষ্ঠা:হেমকোষ.pdf/৯৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিদি-খণেই সি-ঘোট a other day. ক্ৰি. বি. সিদিনা, সেই দিনত; যেনে, সিদিনাখণ গল, the other day. সিদিনা-খণেই, ক্ৰি. বি. সেই দিনাই, ou that very day. সিদ্ধ, দ. বি. (সং সিদ্ধ—-সি, সফল হ, পক্ক হ) সফল, পূৰ্ণ; যেনে, কামনা সিদ্ধ হল; সিজা, অপৰ দ্বাৰা কোমল হোৱা; যেনে, সিদ্ধ অন্ন; দেৱতাৰ আৰাধনা কৰি মনুষ্যৰ অতিৰিক্ত শক্তি পোৱা; যেনে, Ft 964, accomplished, fulfilled, boiled, cooked, attaining superhu- man power through acts of devotion. স. শ. বিদ্যাধৰবিলাকৰ নিচিনা এক শ্ৰেণীৰ উপদেৱতা, a demigroff of a particular class. সিকাম, বি. (সং, সিদ্ধকাম—সিদ্ধ, পূৰ্ণ +কাম, বাঞ্ছা) যাৰ বাঞ্ছ সিদ্ধ বা পূৰ্ণ হৈছে, পূৰ্ণকাম, successful, attaining the desired object. সিদ্ধান্ত, স, শ, {স. সিদ্ধান্ত সিদ্ধ, সম্পূৰ্ণ +অস্ত, শেষ} তৰ্কবিতৰ্ক কৰি স্থিৰ কৰা মত; গোচৰ সুধি দিয়া আক্স; মীমাংসা, a logical conclusion, decision of a las suit, settlement of a disputed point. সিমান্ত-পত্ৰ, স. শ(সং, সিদ্ধাপত্ৰ-- সিদ্ধান্ত, মীমাংসা পত্ৰ, কাকত। কেননা কথা বিবেচনা কৰি লিখি দিয়া মত; গোচৰ সুধি দিয়া আ-পত্ৰ, a written decision, opiniou or judgment. সিদ্ধা, স. শ. (সৎ, সিদ্ধান্ন-সি, সিকাৱা + অ, চাউল) সিজোৱা চাউল, ভাত, cooked rice. সিজি, স শ. (সং, সিভি-সিধ, পূৰ্ণ হ) সম্পূৰ্ণতা, পূৰ হোৱা অৱস্থা, শেষ; যেনে, কাৰ্য-সিদ্ধি হলে যাবা; বাকি বস্তুৰ লাভ, ফলোদয়; যেনে, উৰীয়াক খাটি একো সিকি নেপালো, fulfilment, at complishment, the attainment of a desired object. সিকিন, কি সিকি কাশ্নো, সিজি কৰা, পৰিশ্ৰম সফল কৰা, causing the fultilment of an object or under- taking. সিদ্ধিদা, স. শ. বাহা পূৰ্ণ কৰোতা, পৰিশ্ৰমৰ ফল দিওঁতা, one who gives $Locess or fruits of labenr. (1) সিদ্ধিদাত্ৰী বা সিদ্ধিদায়িনী। সিধা, স. শ. (সং. সিদ্ধ, সিজোৱা) সিজাই খাবৰ নিমিত্তে দিয়া কেঁচা সামগ্ৰী, raw provisions supplied to guest, &c. সিধা-পাতি, স. শ. ( অং. সিধা, ঐ+পাতি, অনুব্ধ ) সিধা আৰু তাৰ লগৰ আন বস্তু অৰ্থাৎ খৰি আদি, raw provisions and so forth. সিন্দুৰ, স. শ. (সং. সিন্দুৰ-স্যশ, ৰৈ পৰ) সীহেৰে কৰা তিৰোতাই ফোট লোৱা এবিধ ৰঙ্গা বন্ধু, সেম্পূৰ; বাসিন্দৰ, redleaul, medicinal preparation. “সসিন্দুৰ চোৱা। সিন্ধি, স. শ. (ব. সিঁধ; হি. সেঁধু, চোৰ সোমোৱা গত) চুৰ কৰিবৰ কাৰণ ঘৰত সোমাবলৈ চোৰে বেৰৰ তুলে ধন পাত, a hole maile under the wall of a dwelling-house by a burglar. ধ- সিদ্ধি দি, সিন্ধি খান, to make such a hole. সিক্কি-সৰকা, বি. সিম্বিয়ে দি সৰকি সোযোৱ; যেনে, সিজি সৰকা চোৰ, entering by a lole under the wall of a house in order to commit burglary. 4. t. faft দি চুৰ কৰা চোৰ (খালি), a burglar, one who enters dwelling-house through a hole male under the wall with intent to commit theft (a term of abuse). সিন্ধু, স, শ(স. সিন্ধু-স্য, ৰৈ যা) সাগৰ; পপ দেশৰ এখাৰ নৈ, the ocean or ser, the river Indus. সি-ঘোট, স. শ. এস. সিগেট-- সি সাগৰ + ঘোটক, খো)* টীল a