পৃষ্ঠা:হেমকোষ.pdf/৯৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাৰুৱা, বি. (অং সাৰু, শসাত দিয়া গোবৰ আদি) সৰি থকা, অধিক শস্য উৎপন্ন কৰা; যেনে, সাৰুৱা মাটি, fertile. সাৰুৱা, বি. (সং. সাৰ, গছৰ টান ভাগ) সাৰ থকা, সাৰ ফুটা; যেনে, সাৰুৱা গছ, having a lieart, as a tree. সাপ্য, স, শ, (সং, সাপসহ, সৈতে + ৰূপ, আকৃতি) ঈশ্বৰে সৈতে একে আকৃতি হোৱ মুক্তি, enancipation from worldly miserics and assump- tion of the same form as God, licatitutle. . সাৰে, ক্ৰি. বি. (অং সাৰ, চেতন) টোপনী নোহোৱাকৈ; যেনে, তুমি সাৰে থাকা, in a waking state. সাৰে, স. শ. {সং. সাঙ্গ, এবিধ বক ) বক জাতিৰ এবিধ ডাঙ্গৰ চৰাই, a kind of crane. সাৰে ঠঙ্গীয়া, বি. সাৰেং চৰাইৰ দৰে দীঘল ঠেঙ্গীয়া, long-legged. সাৰোগহ, বি. (সং, সাগত; মুজাত সো- মোৱা; সাৰ, মজ্জাগত, গতি কৰা) অতি প্ৰয়োজনীয় বা ঘই বুলি মানি লোৱা; নিশ্চিত, ঠিক কৰা; যেনে, ঘৰলৈ যোৱাকে

  1. catso afici, considered as most

necessary, determined, settled. সাৰৌ, অনুক, জুলীয়া বস্তু খোৱাত বা বেঁতেৰে কোৱাত হোৱাৰ নিচিনা

  • 7, an imitative sound isel to

express that produced by the lips in drawing liquid into the mouth, , or by a ratan in striking. . সাৰ্থক, বি. (সং. সাৰ্থক—স, সৈতে+ অৰ্থ, শখে যাক বুজায়) অৰ্থযুক্ত, অৰ্থ থকা; যেনে, সাৰ্থক শব্দ; সফল; যেনে, সাৰ্থক জীৱন, having a meaning, signi- ficant, successful, profitable. সাৰ্থকতা, গু, শ, সাৰ্থক হোৱা অৱস্থা, অৰ্ধযুক্ত; সফলতা, the state of being significant, significance, suc- cessfulness সাৰ্বভৌম, স. শ. (সং. সাৰ্ব্বভৌম---সৰ, সকলো+ভূমি, পৃথিৱী; সকলো পৃথি- ৱীৰ গৰাকী) চক্ৰবৰ্তী ৰজা, অনেক ৰজাৰ ওপৰৰ ডাঙ্গৰ ৰজা, an emperor. সাল, স, শ, {সং. সাল-সল, গতি কৰ) এবিধ শল মাছৰ নিচিনা, তাতকৈ ডাঙ্গৰ মাছ; এবিধ ডাঙ্গৰ আৰু সুকাঠী গছ, a kind of fish, a timber trec. Skoren robustce (Gamble). সালথা, স. শ(সং. সালগ্ৰাম, সৈতে + অ, চ+গ্ৰাম, সমূহ; তাত বহুত চাকৃতি মাছ থাকে, এতেকে) গণ্ডকী নদীত হোৱা আৰু বিষ্ণুৰ মূৰ্তিৰূপে হিন্দুৰ পূজ্য এবিধ শিল, a kind of ammonite or fossil shell found in the river Gandak and worshipperl by the Ilindlus, as an emblem of Vishnu. সালিক, শালিকা” চোৱা। সালেক, স. শ. {সং. সালোক —স, সৈতে+লোক, স্থান। ঈশ্বৰে সৈতে একে স্থানত বাস কৰা মুক্তি, emancipation from worldly miserics and habita- tion with God, beatitude. সালকীয়া, বি. সাল গছৰ দৰে গোটা আৰু পোন; সাল কাঠেৰে সজা, straight and roundou, made of sal wood. সাসূচকুৱা, “ শালচকুৱা” চোৱা। সালসলনি, স. শ. পৰস্পৰে সলনি কৰা কাৰ্য্য; পাল-পাতি কাম কৰা কাৰ্য্য, ex- change, the act of working by turns. সাৱধান, বি. (সং. সাৱধান---স, সৈতে + অৱধান, মনোযোগ) মনোেযোগ কৰা, মন দিয়া, তোৱাল, সতৰ্ক, attentive, careful. স. শ. সাৱধান বা সতৰ্ক লোক; যেনে, সাৱধানৰ মাৰ নাই, ৪ areful person. . সাৱধানতা, ও. শ, ভভভাৱাল গুণ, তত, eare- fulness, caution. সাৱধানে, ক্ৰি. বি. এনোযোগেৰে, যঙ্গেৰে, carefully .