পৃষ্ঠা:হেমকোষ.pdf/৯২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰাল দি উলু) নতুন উলু খেৰ, new thatching grass. সকনা, স. শ. (অং. ৰক্‌ মজে দি গতি ক) ফটুৱৈৰ ডাঙ্গৰ ফাট, a large crack in tho foot. সৰপা, বি. এলেহুৱা, কামত হেলা কৰা, lazy, idle, indolent. সৰপালি, গু. শ. আলস্য, কাম কৰিবৰ অনিচ্ছ, laziness, indolence, সৰ-জা, স. শ. (সং. সৰ্ব্ব, সকলে+ অং. জা, জনা) সকলো জনা, নেদেখা বস্তুব কথাকো দেখাৰ দৰে কব পৰা মানুহ, one who pretends to be alle to speak of unseen or unknown things as seen. সন, বি. (সং. সৰ্ব্ব, গোটেই + অ, ন, নতুন) গোটেই নতুন, quite new, সৰবৰহী, বি. (সং. সৰ্ব, সকলে+ অং. ৰহী, বসাল। সকলোৰে সৈতে মিল, সকলোৰে Sta (97701, popular, agreeable to all. সৰয়ু, স, শ, (সং. সহায়, দুখৰ ভাগ লওঁতা) পৰিশ্ৰমৰ ভাগ লৈ লোকক দিয়া জিৰণি; যেনে, আপোনাৰ কাম পেলাই থৈ লোকক কোনে সুৰয় দিয়ে; পৰিশ্ৰমত কৰা সহায়তা; যেনে, লোকৰ সৰয় বিচৰা Age of Ta, relief, lielp ia labor, সৰল, স. শ. (সং. সৰল-২, গতি কৰু ) এবিধ সুগন্ডি গছ, a kind of pine, বি. (সৰল গছৰ দৰে) পপন, হোজা; অকপট, উদাৰ, সৎ, straight, sincere, honest. সৰস্, বি. (সং. সৰস~-স, সৈতে+ৰস, আম্মাদ বা জোল) ৰসযুক্ত, জোল প্ৰকা, জুলীয়া; আস্বাদযুক্ত, সোৱাদ, জিভ, কাপ বা মনত সন্তোষ জশ্নে; যেনে, সৰস ফল; সৰ গীত; সৰস মাত, juicy, of good taste, agreeable to the palate, car, or mind. সিজ, স. শ. (সৎ, সৰসিঞ্জ-সৰ, সৰো- বৰ + জ উৎপন্ন ই} পদ্ম, পদুম, ৫ lotus, স, শ, সৎ, সৰসহ-সা, সোব+কহ, উঠ) পদ্ম, পহ, a. lotus. সৰস্বতী, স. শ. (সং. সতী--সবল, সৰো- বৰ) 'দিল্লীৰ উত্তৰ পূব ফালৰ পৰ্বতৰ পৰা বৈ অহা এখন নদী; ব্ৰহ্মাৰ ভাৰ্য্যা। আৰু বাক্যৰ ঈশ্বৰী দেৱী, the name of a goddless, the wife of Brahma, and deity of speech and eloquence. Speech, cloquence. A river in the north of Hindustan. স, বি. (সং. সৰ্ব্ব, সকলো) প্ৰচুৰ, অধিক, বহুত, অনেক, many much. স. শ, অধিক মানুহ বা বস্তু; যেনে, এই বস্তুৰ সৰহ নাই, uary, things or per- sons, wuch, a great quantity. সহীয়, বি. সৰহ বা অধিক থকা; যেনে, সবহীয়া পৰিয়াল; বহুত, অধিক, সৰহ; যেনে, সৰহীয়া বস্তু, এolsisting of a larger number, numcrous, much, many. সহীয়াকৈ, ক্ৰি. বি. অধিক পৰিমাণে, সৰহকৈ, বহুতকৈ, large number or quantity. সৰা, স. বা. (অং, সৰ, তললৈ পৰ তললৈ পেল, খহাই পেলা; পাত্ৰৰ ভলিৰ ফুটাই দি তললৈ উলিয়া; যেনে, খাৰণ ৰাইছে, to cause to drop or fall down. সৰা, স. বা. (অং. সাৰ, বাঢ়নী আদিৰে পৰিষ্কাৰ কৰ) আনৰ দ্বাৰ বাঢ়নী আদিৰে cetat, to cause to be swept. সৰা-পোঁচা, বি, { অং. সাৰ, ঐ+বং, পেচ, ম) সৰা আৰু মা, বানীৰে আঁতাই পানী দি পৰিষ্কাৰ কৰা, swept and plastered. সৰা, স, শ, (অং সৰু, খহি পৰু ) নতুন হবৰ নিমিত্তে পুৰণি শিং বা পাখি সৰা TÝ, the shedding of the feathers or horns for reneval. সৰাল দি, নকৈ গজিবৰ নিমিত্তে পুৰণি পাখি। বা শিং এ; যেনে, চৰায়ে পাখি সল free to shed as feathers or horn.