পৃষ্ঠা:হেমকোষ.pdf/৮৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লেচিয়া ৮৪৮ লেটা-কাইট, RE লৈচিয়, বি. ভালকৈ শুকোৱা, আধা শুকান { ধানত খাটে ), half or imper- fectly dried, as paddy. লৈচীয়া, বি. (অং লা, দো খাই আকৌ পোন ই; লাচ লয়, এতেকে) এফালে অধিক গধূৰ, এফলীয়া ( ভাৰত খাটে ), heavier on Olie side than the other ( said of a burden carried on the shoulder ). লৈচু, স. শ. (অ. চেলু, চল বা কাৰ্য্য কৰিবৰ উপায়) ছিদ্ৰ, লিপিচ, হিংসিবৰ সুচল; যেনে, শত্ৰুৱে লেচু বিচাৰে; বনি, ৰোগৰ কাৰণ; যেনে, বৰষুণত তিতাই জৰৰ লেচু হল, an opportunity of doing harm, an exciting cause of disease. . লেচ্ কেচু, স, শ, অলপ বিবাদ, দন্দ; লেঠা, slight quarrel, a difficulty. স, শ, (হিং, লচ্ছ; অং. লেছে, নেছা, মেৰাই থোৱা সূতা) চেলা বটা চুলি, বেণি; সূতাৰ নিচিনা 777 Ei, a braid of hair, a wisp of thread. লেছালেছ, বি. অনেক লেছা কৰি পৃথক

  1. 4, clivided into many lesns.

লেছেৰ মাহ স. শ. এবিধ চুলিৰ লেছেৰৰ নিচিনা দীঘল আৰু গোটা ছেই ধৰা লতা আৰু তাৰ গুটি, a kind of long- podeled bean. 'লৈছেৰি, স. শ. (অং. লেছে, চেলা বটা চুলি। পাত গুচোৱা, ধানৰ থোক মুঠি, পাত গুচাই আটি বন্ধ ধানৰ থোক- সমূহ, a bundle of the ears of paddy freell from the leaves. লেজাই, স, শ, (অং. লেজু, ই} এবিধ বৰ দীঘল আৰু মাটিত বগোৱা বেত, a kind of rattan. লজু, স. শ. (সৎ, জ্ঞ, ধই) দীঘল আৰু ভাঙ্গৰ জৰী, a rope, a cable. লৈজুৱা, বি. লেজুৰ দৰে দীঘল হোৱা, টানিলে দীঘল হৈ যোবা, লেটেকা (আঠা থকা বস্তুত খাটে); যেনে, লেজুৱা গুড়, stringy, ropy. লেটু, অ, ধ, (হিং. লেটুনা, কাতি হৈ পৰি থাক) লোট, মাটিত পৰি চুচৰি যা; যেনে, কাপোৰখান মাটিত লেটিছে, to roll or trail along. লেটু ল বা লেটি ল, ধূলি বা বোকাত বাগৰ, to wallow, to roll in dust. লেটা, স. ধা. মাটিত বা বোকত সেঁচৰাই নি; যেনে, কাপোৰৰ আঁচলটো লেটাই নিছে; সান্, মিহলি কৰু, মিহলা; যেনে, গুড় গাখীৰ লেটাই পেলাইছে; দোষত লিপ্ত কৰু, দোষীৰ সঙ্গী কৰ; যেনে, পানীমুৱাই নিৰ্দোষীকে৷ তাৰ লগত লেটাইছিল, to draw along the ground, to embble or diaggle, to mingle or mis, to implicato in a crime. লেটা, স. শ. ( হি. লট, জুট; জট লগা চুলিৰ নিচিনাবাই সাজি থাকে, এতেকে) বাহৰ ভিতৰত থকা পলু; যেনে, মুগাৰ GTUI, a chrysalis. লেটা কুন্দ বা লেটা কুন্দা, সেটা বান্ধু, মুখৰ পৰা আহ উলিয়াই বাহ সা; যেনে, মুগাই লেটা কুশাইছে, এতেকে নিজেই আপদত পৰিব পৰা কাম কৰ, আপোনাৰ আপদ আপুনি বিচাৰ, to form a cocoon, 10 surronnd oneself with difficulties, to seek one's own ruin. লেটা, স. বা. লেটাইৰে মেৰা, লেটাইত মেৰাই নেছা কৰ, to recl or wind as thread. লেটাই, স. শ. ( হিং. লটাই; ব- নাটাই, এবিধ সৃ-মেৰোৰ। যতন) উঘাতকৈ ডাঙ্গৰ আৰু আগলৈ চিঞা এবিধ তা মেৰোৱা সঁজুলি, a kind of bamboo recl. লেটা-কাইট, স. শ. (অং. লেটা, এবিধ গুটি + কাইট, কণ্টক) এবিধ কাঁইটীয়া গছ, তাৰ গুটিৰ নাম লেটা গুটি, the shrub bearing & nut whch has the qualities of a febrifuge.