পৃষ্ঠা:হেমকোষ.pdf/৮৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লেকাত লাগ ৮৪৭ লেচাৰী লেকাত লাগ, শ্ৰান্ত হ, তোক বা ভাগৰৰ Tay 45 PH, to be overcome by lannger or fatigue. . লেকেচি, “লকচি” চোৱা। লেকেঁচিয়া, অ, ধা (হিং সৎ চানা; বং. নেচান, পেঙ্গুৰিয়া) অলপকৈ খোৰাই cestor ty, to limp. লেকেচীয়া, বি. (অং. “লকচি” চোৰা) ভালকৈ পূৰঠ নোহোৰ, কেঁচা, not l'nlly matured. লেকেটা, “লেটকা চো। লৈকেটীয়', লেখ, স. ধা. {সং. লিখ, অখৰ দি ) লিখ, আখৰ দি, আখৰৰ দ্বাৰা ব্যক্ত ক (এই ভাবত প্ৰায়ে “লিখ ” ব্যৱহৃত হয়; গ, সংখা ক; যেনে, মোল লেখিছে, to write, to kolint, to nuniber. ২. শ. গপনা, হিচাপ, সংখ্যা; যেনে, 798 674, an account, a mer. লৈখক, স. শ. (স. লেখক--লি, আখৰ দি) লিখেত, কাকত কৰে; লেখক, a writer. , লৈখন, কুদ, স. {সং. লেখন—লিখ, আখৰ fr) forany Prút, the act of writing. লেখ, কদ, স. { অং. লেখ, আখৰ দি বা গ) আখৰ দিয়া বা গণনা কৰা কাৰ্য, the act of writing or counting. লেখনী, স. শ. (সং. লেখনী-লিখ, আখৰ f) astot, a pen. লেখা, স. শ. ( অং. লেখ, আখৰ দি লিখা কাকত, চিঠি; ৰচনা, a letter, a toot- ment, a writing, literary composi- {ion. স. বা. আনৰ দ্বাৰ কাকত কৰ; যেনে, চিঠি লেখাইছে, to cause to be written. লেখা, দ, ধ, (অ লেখ, গণু ) লোক দ্বাৰা গণনা কৰা, to cause to the counted. লেখাৰু, স. শ. (অৎ লেখ, কাকত কৰ) লেখক, লিখেত, a writer. সমা -- লেখক, লেখাৰু, যি লিখে সেয়ে লেখক বা লিখে; সদায় যি লিখে বা লিখা যাৰ ব্যৱসায়, সি লেখাৰু; এই কাৰণ এই পুথিৰ লেখাৰু, এনে উক্তি অশুদ্ধ। লেখা লেখি, স. শ. এজনে আনজনলৈ Am Faly #tý, the act of writing to one another, correspondence. লেখি, স. শ. {সং লিক্ষ; হিং. লীখ; বং নিকি, ওকণীৰ কণী ) ওকণীৰ কণী, UFA, the nit of a louso. লেখোতা, কদ, স, { অং লেখ, গ; আখৰ দি) গণোত, হিচাপ কৰোতা; লিখেত, কাকত কববত, bl}{ who cons or writes. (স্ত্ৰী) লেখতী। লেখ জোখ, স, শ, সংখ্যা আৰু পৰিমাণ, সীম সংখ্য; যেনে, ভাত মানুহৰ লেখ catat ati, number and quantity, limit. (পদত) লেখাজোখ। লেগম, “লাগাম চোৰ। লেঙ্গ, বি. (সং. লম্বা, দীঘল } বৰ দুখ (955 SYLT), very tall or high ( said of a tree). লেঙ্গে লাঙ্গেৰি, স. শ. (হিং. লগা, মৰম ) লেনপেন, পৰস্পৰে ডিঙ্গিত ধৰা ধৰি কৰি দেখোৱা মৰম; দুটা কুকুৰে গ ঘঁহ ঘঁহি কৰি কৰা মৰম, the act of fondling another, mutual Karcssus. লেচাৰ, স. বা. ( হিং. লচনা, জঁপিয়া খোজ কাটোতে জোকাৰ (হাতত খাটে); যেনে, হাত লেচাৰি গৈছে, to swing the army in walking. 7. *. cite কাছেতে হাতৰ সঞ্চালন, the act of swivging the arms in walking. লেচাৰী, স, শ, (অৎ, লেচাৰ, জোকাৰ; এই ছল অলপ জোকাৰি মতা যায়, এতেকে) এবিধ অসমীয়া ছন্দ; যেনে, ‘পদ নন্দনী মনে গুণি, স্বামী সকলৰ বাক্য শুনি, ৰাজহংস গতি চলি যাস্ত ধীৰে ধীৰে,” an Assamese metre. ONIC