পৃষ্ঠা:হেমকোষ.pdf/৮৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাইডঙ্গীয়া জাপি। জাতিৰ হিংসক জন্তু (তাৰ বৰণ কিছু 719), a wolf. ৰাংঢালী, বি. ( অৎ, ং, অনিন্দ+ঢাল, বাকি দি, আনন্দক ঢালি দিয়ে, এতেকে। ৰঙ্গুৱাল, হাঁহি মাতি আনন্দত থকা স্বভাবযুক্তা, চঞ্চলা { স্ত্ৰী , lively, gay, fickle. ( Fenu. ৰাং পতা, স. শ. (অ. ৰা, এবিধ ধাতু+ পতা, পাতলকৈ পিটা ধাতু) পিটি গছৰ পাতৰ দৰে পাতল কৰা ৰাং, tin-foil. বাংফা, স. শ. { ৰাফা, আহ, ) ঘৰৰ বাৰক কেই বা খণ্ড কৰি বেলেগোৱা প্ৰিয় আৰু পথালি পাটবিলাকৰ প্ৰত্যেক চটা, cach of the perpendicular and horizontal boards separating a reed wall into several square pieces. ৰ ৰ ৰ ব ৰাইডঙ্গীয়া জাপি, সশ, এবিধ মিহি কাঠীৰে 701 y otrat, a jhupi or hat, umbrella , ৰাইড,,স. শ. {সং. ৰাজদণ্ড, ৰজাৰ লাখুটি) এবিধ বৰ ডাঙ্গ বেঁত, তাৰে লাখুটি কৰা $12, the rattan. ৰাইলা, বি. খিয়লীয়া, লোকৰ ভাল দেখিব নোৱৰ চকু পোৰ, envious. (স্ত্ৰী) ৰাইলী। উচি, স. শ. {সং. ৰৱ, ধ্বনি + চিৎকাৰ, উচ্চ শব্দ; উচ্চ ধ্বনি) চিঞৰ, কান্দনৰ 166*, a loud cry, a seream. ৰা, স. শ. (সৎ, ৰাৱ, শব্দ ) শব্দ, মাত; যেনে, পক্ষীৰ ৰাও; চিঞৰ, আটাহ; যেনে, কান্দনৰ ৰাও, a sound, a exy, screami. ৰাও কাঢ়, শব্দ ক, মাতৃ; যেনে, চৰাইয়ে 278 toy, to utter a sound. ৰাও জোৰ বা ৰাও বন্ধু, বৰ উচ্চ শব্দেৰে play, to cry aloud, to latnent. বাও মুৱা, বি. {সং. বাহ, এটা অসুৰ + মুৱা, মুখযুক্ত; ৰাহুৰ নিচিনা মুখযুক্ত) দন্দু, সকলোৰে সৈতে দন্দ কৰা; চকুৰ নামনি- লৈকে বৈ পৰা ফোটযুক্ত, এতেকে কুলক্ষ- লীয়া গৰু বা ঘোৰা), {uarrelsense, having a blaze extending to the eyes, which is supposed to be a bad sign, ( said of a horse or ow.y ( স্ত্ৰী) ওমুঈ। বাৎ, স. শ. (সং. ৰঙ্গ, হিং; বং. ৰাং, এবিধ ধাতু এবিধ শহৰ দৰে কোমল কিন্তু ভাতকৈ বগা ধাতু, tin. ৰাং, স. শ. (স', ৰঙ্গ, বৰণ) চোবোৰা তামোলৰ ৰজা ৰণ, the rek color of chewed letel-nuts, , ৰাৎ প, ঈত, ওঁঠ আৰু মুখত চোবোৱ তমোলৰ ৰঙ্গা বৰণ লাগ, to give a real color to the mouth, as cheved Letel-nuts. ৰাং কুকুৰ, স শ. (অং. ৰা, তেজবৰীয়া। কুকুৰ, এবিধ জন্তু) এবিধ বনৰীয়া কুকুৰ ব ব ব, বাৰ; ৰ, ৰাদা। ৰংৰৈয়া, বি. ৰা পতাৰ দৰে পাতল, পিপি- বীয়া, very thin. ৰা, স. শ. (সং. ৰ নিৰ্মাণ ক) সৰু সৰু কাঠী গুঠি কৰা আৰু তলা ওপৰ দুচটা কাঠৰ মাজত সুমোৱা কঁাত বোৱা Tea, the reed of an Assanese loon. . ৰাচ পা, স. শ. (অং. বঙ্গচা, অলপ ৰঙ্গা। পাঙ, পত্ৰ) এবিধ কহ পাত, এবিধ কাপোত কহ লগোৱা গছ, a kintf of plant used as a mordant. ৰা, স. বা. (সং. ৰক্ষু, হিং, ৰাখনা; বং ৰা, ৰক্ষা কৰ) ৰক্ষা কৰ, আপদৰ পৰা সৰুৱা, কষ্টৰ পৰা উদ্ধাৰ; যেনে, “ৰাখা ৰাখা মোক প্ৰভু চক্ৰপাণি,” সঙ্কট বা হানিৰ পৰা ৰক্ষা কৰিবলৈ চাই থাক; যেনে, খেতিয়কে শস্য ৰাখে; আন ঠাইৰ পৰা অহা মুদৈৰ পৰা কিনিলৈ ধ; যেনে,