পৃষ্ঠা:হেমকোষ.pdf/৮২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যৌগিক কন্যা-ঘৰীয়া তিৰবিলাকে পৰস্পৰে নিন্দা কৰা গীত বা পদ, songes which are sung at a inarriage. যৌগিক, বি. (সং. যৌগিক—যোগ, মিলন --যুজু লগ লগ) কোনো এটা মূল ধাতুত বা শব্দত উপসৰ্গৰ বা প্ৰত্যয়ৰ বা উভষৰ যোগ হৈ উৎপন্ন; যেনে, যৌগিক

  • 17, derivative,

যৌত, স. শ. (স. যৌতক-~-যুতক, বিয়াত দিয়া বস্তু নিয়তি কাক দিয় বস্তু, dowry', il narringe presrut. যৌতকীয়া, বি. যুকীয়া, যেতিকত দিয়া, pertaining to a dowry, received as a dowry. যৌব, স. শ. (সং. যৌৱন-যুৱন, ডেকা) ডেকা কাল, youth. যৌবনী, স. শ. (সং.) যুবতী তিৰোতা, a young woman. যৌব-কাল, স. শ. { সং. যৌৱনকাল-- যৌৱন + কাল, সময়) বয়স, youthfulness. . ৰক্তপিত্ত যেনে, তেওঁ ৰং কৰিছে, pleasure, de- light, sport, pastime. ৰং, স, শ, (সং. ৰঙ্গ, বৰণ ) বৰণ, color. ৰংঘৰ, স. শ( অৎ, ং, ধেমালি + ঘৰ, গৃহ) ডাঙ্গৰ লোকে জন্তুৰ বা মানুহৰ যুঁজ লগাই ৰং চোৱা ঘৰ, a touse from which elephant fights, buffalo lights, etc., were witnessed. ৰং চং, স, শ, (সং, ৰঙ্গ, বৰণ + চং, অনুক.) নানা বৰণৰ শোভা, অনেক বৰণেৰে TOT A, splendour, brillianco. ৰংচঙ্গীয়া, বি. বিচিত্ৰ, অতিশয় শোভাযুক্ত, showy, gaus ৰং ৰূপ, স. শ. ( হিং, ৰঙ্গস, আমেদ) আমোদ, ধেমালি, play, sport. ৰক, স. শ. { যাৎ, ৰকম, প্ৰকাৰ প্ৰকাৰ, fax, kind, sort কমে, ক্ৰি. বি. প্ৰকাৰে, দৰে, in the manner. . ব, বাঞ্ছনবিলাকৰ একুৰি ছয় সংখ্যাৰ আখৰ, the twenty-sixth letter of the Cousonants. ৰ, অ, ধ, (হি. বনা; বং, বহ, গতি ৰোধ কৰণ) পা গতি বন্ধ কৰ; বাকী খা, বাঢ়ি থা; যেনে, পাচ টক। বল, to stop, to stay, to remain. ৰ লগ্ন, কোনো কথা বৰকৈ ভবাৰ দৰে অমত হৈ বৈ খা; যেনে, ৰ লাগি Att uts, to remain silent, as if in deep thought. . ইন, স. শ, বালি-খা কাঠৰ কোৰ, তাল, a woolen implement like a hoc used for digging sand, a wooden shovel. ৰং, স. শ. (সং, ৰঙ্গ, নাচ-গীত) আনন্দ, শাদ; যেনে, সি ৰং পালে; ধেমালি; ৰকাৰ, স. শ. (সং. ৰকাৰৰ+ কাৰ, আখৰ) ৰ-আখৰ, ঘাইকৈ বাঞ্জনৰ ওলত যোগ কৰা ৰৰ চিন { }, the letter , the symbol of it () ()। ৰক্ত, বি. (সং. ৰক্ত—ৰ, বৰণ লগা ) ৰঙ্গা, red. স. শ. ৰঙ্গা বৰণ; তেজ, গাৰ 271 27, red color, bloorl. ৰক্তচন্দ, স, শ. (সৎ, ৰক্তচন্দন—ক্ত, ৰঙ্গা+ চন্দন, এবিধ কাঠ ৰঙ্গ চন্দন, red sandrl wood. ৰক্ত পাত্, স. শ{স ৰত-ৰক্ত, তেজ+প, পৰ) তেজৰ পতন, তেজ taet/ ***, the spilling of blood, bloodshed, ৰক্ত-পা, স. শ. (সং. ৰক্তপান, ভেজ+ পান, পিয়া) তেজ পিয়া কাৰ্য্য, the act of drinking blood. বক্তপিত্ত, স, শ. (সং, ৰক্তপিত - তেজ + পিত্ত, শৰীৰৰ এক ধাতু) নাকে, মুখে, ছালে আৰু বহিৰ্বাৰে দি নাইবা কেৱল মুখে তেজ যোৱা এবিধ ৰোগ spontaneous licemorrhage from the --