পৃষ্ঠা:হেমকোষ.pdf/৭৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰিচা মৰ্ম্ম মৰিচা, স. শ. ( বং. মৰ্চা, মামৰ} আৰ্চি বা আন চকচকীয় বস্তুত ধৰা মল, a stain or soil on a glass or shining metal. মৰিয়ভি, বি. আপুনি মৰি শুকাই থকা (erau ritt), dead and dry as fuel. মৰিয়া, স. ধা. { অং. মাৰি, টাঙ্গন } মাৰিৰ দ্বাৰা আঘাত ক, to strike with a stick. মৰিয়া, স, শ, (সং. মৰিয়া, আঘাত কৰ; তাম আদি কোবায়, এতেকে) তাম আৰু পিতলৰ কাম কৰ। আৰু কোৰাণ মনা Gotfs tas, a class of Mahomedans who work in brass. { স্ত্ৰী) মৰিয়ানী। মৰিয়ামৰি, স. শ. ( অণ, সৰিয়া, মাৰিৰে মা) এনে আন এজনক মাৰিৰে আঘাত 741 Ftýl, the act of mutually striking with sticks. মৰিশালি, স. শ. (২. মৰা, মৃত+শালি, ঠাই। শ্মশান, মধাশ পোৰ বা পোতা 173, a place where a call body is burnt or buried. মৰীচি, স. শ, এজনা প্ৰজাপতি ঋষি। “দেৱৰি চোৱা। মৰীচিকা, স. শ. (সং. মৰীচিকামৰীচি, দীপ্তি) মৃগতৃষ্ণা, বৰ বহল বালিৰ পৰা উঠা এটা তিৰবিৰণি, যাক দূৰৰ পৰা পানী যেন দেখা যায়, mirage. মৰুভূমি, স. ম. { সং. মৰুভূমি---২, মৰ+ ভূমি, মাটি ) পানী নথকা মাটি, উথ মাটি, শুকান বালিময় মাটি { গত পানীৰ অভাৱত শস্য আদি মৰে, এতেকে।, a sandy desert. . মৰুৱা, বি. (অং. মাৰ, তাহেনি) মাৰ-নকঢ়া, মাৰে সৈতে পকা (কাপোৰত খাটে ), not cleansed of the size said of a new cloth). মৰুৱা, স. শ. (হিং. মৰুৱা, এবিধ সুগন্ধি তৃণ) এবিধ সুগন্ধি তৃণ আৰু তাৰ ফুল, a kind of flower, and its plant. মৰ্কটু, স. শ. (সং, মৰ্কট---মৰ্ক, গতি কৰু } বান্দৰ, a monkey or ape, মৰ্কটীয়া, বি. (অং. মৰ, মৃত হ} অধিক মানুহ মৰা বা নৰিয়া পৰা{সময়ত খাটে); যেনে, মৰ্কটীয়া মাহ, mortaf, sickly. মৰচীয়া, . শ. (অ, ম, হত হ+কেঁচুৱা, পিয়াহ খোৱা ৰ) কেঁচুৱা লৰাক প্ৰথ- মতে শুকাই শুকাই পাচত প্ৰাণমৰা এবিধ (4tt, a discase which wastos away infants and at last proves fatal. বি. সেই ৰোগে ধৰা; যেনে, মৰকুঁচীয়। 201, suffering from the same. মৰচীয়া লাগ, মৰচীয়া ৰোগৰ দ্বাৰা fco , to be atlicted with the above disease. . মৰ্চেওৰা, স. শ. (অ. মৰা, মৃত+চও, সটা কাপোৰ) মৰিবৰ সময়ত মানুহৰ গাত থকা গাৰু মৰিশালি পেলাই দিয়া (947, the clothing a person has 01 at the time of leatly and which is left in the cemetery after the body is disposed of. ম-চেৰেলা, বি. { অং. মৰা, মুত+চেৰেলা, ক্ষীণ ) খীণাই মৰাৰ নিচিনা হোৱা, emaciatexi, reduced to a skeleton. মত, বি. (সং. মতা--মৃ, ম ) মৃত্যুৰ অধীন, মা, subject to deatii. স. শ. মানুহ, মনুষ্য-জাতি, man, mankind. মৰ্ত্যলো, স. শ. { স”. মতালোক---মতা, মানুহ +লোক, জগৎ ) পৃসিবী, the earth. মৰ্দ, , ধ, (স. মৃ, পিহ) পেষণ কৰ, ঘহ; যেনে, শিলেৰে মৰ্দিলে; মোহাৰি লেতুসেতু কৰু; পৰাস্ত কৰ; যেনে, “পূৰ্ব শত্ৰু মনে জানি, কামদেৱে শৰ হানি, মনক মৰ্দিলা মহেশৰ।” to grind, to crush, to subdue. মৰ্দন, কৃ. স. (সং• মৰ্দন--, ঘঁহ ) ঘঁহা বা পিহা কাৰ্য্য; মোহাৰোতা, নাশ কৰোতা; যেনে, পাষণ্ডম, the act of grinding, one who crushes or destroys. মৰ্ম্ম, স. শ. (সং. মৰ্ম্মন, তাওপৰ্য) গুঢ়াৰ্থ,