পৃষ্ঠা:হেমকোষ.pdf/৭৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভেমচা জেলেকী T9649 , to be ostentations, to shew point. শব্দ কৰি, ভেমেচা, বি, বেকা, ভেলুৰ, totkel. ভেমেন-তেমচি, বি. নেক ভাঁজ থকা, cocife, having many lands. ভেৰ, স, শ, { অং. ভেবেৰ, গেদেৰি) গেদ, জুলীয় বস্তুৰ তলত পৰা মল; এতেকে দ বোক। বা কোমল গোবৰৰ ৰাশি বা সম; যেনে, গোবৰৰ তৰ, ধাতু পাগত 1785 eratai , lirt, kleup mul and the like. ভৰ, স. শ. { সৎ ভৰণ, বেতন; হি. বং. ভা} কেৰেয়া, নাও, ঘৰ, মাটি দি ব্যবহাৰ কৰাৰ বানচ, lair, it. ভেপি, স. শ. { অং. ভে, দ বোকাবিশুৰ ভেৰ থকা ঠাই, বোকা, গোবৰ আদিৰে 07 tra, a place covered with deep mud ur filth. ভেৰণীয়, বি, ভেৰণ দিবলৈ লোৱা, ভেৰণ 981, liirell, retel. ভেকুটি, স. শ. (সং. ভূকুটি, কপালৰ গাঠি থোপ কৰা। ধেমালি কৰা অঙ্গ ভঙ্গি, হাত মুখ বেঁকা কৰি বা জোকাৰি কৰ ধেমালি; যেনে, লৰাৰ ভেকুটি; এতেকে ধেমালিৰ নিমিত্তে ধৰা মিছ।

ste, f'mu, waggislıness, rollery,

ভকুটীয়া, বি- ভেকুটি কৰা, ধেমেলীয়া, jocost', waygislt, droll. ভৰি, স. শ. { হিং.. ভে, এবিধ পেপ} এবিধ মুখেৰে বজোৱা বাদা, a kind of trumpet. তেৰেই, বি. (. ভেৰ, বোক।? পুষ্ট, কিন্তু বোকাৰ দৰে কোমল, তেল অধিক হোৱা হেতু আটিল নোহোৱা; যেনে, তেৰেহা গা, ভৰা মানুহ, fat ali ilabby. . ডেভে, অমুক, কোমল বোকাত ভৰি ভেৰ্ভেৰ, দিয়াত বা কোমল শৌচ হোৱাত হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that made ly soft mul when trodden upon. ভেভেৰীয়, বি. কোমল, ভৰি দিলে বহি ভেভেৰীয়া, যোৱা, বোকাৰ নিচিনা; যেনে, ভেৰেীয়। বোকা, slushy, soft, of the consistency of soft murd. ভেভেৰ কৰে, তেৰ্ভেৰ কৰে, } onaking the alove seel. “ভেভেৰ চোৱ।! ভাঠে, স. শ. { তা মঠ, গপ ) মঠ, গপ, ৰোহ কৰি কোনো কাম কৰিবলৈ সম্মতি, sulkiness, pettisliness. ভেম্মেঠ পত, ৰেহ কৰি কোনো কাম কৰিব- 69 2970, tule sky', to refund to do anythiny with anger, ভেম্মেঠ জোৰ, ঐ। ভেস্মেঠালি, ও. শ. ভেৰ্ম্মেঠ পত। কাৰ্য বা গুণ, ভেম্মেঠ, salliness, ettishness. ভেস্মেঠিয়া, অ, ধা. ঘনে ঘনে নিজৰ কোনো দুখৰ কথা কৈ অসন্তোষ প্ৰকাশ কৰ; সেনে, ঘৰলৈ যাবলৈ নেপই ভেস্মোঠি 31815, 1o annmur, to complain, to grumbile. ভেম্মেঠীয়, বি. তম্মেঠ পতা, ৰেহ কৰা, sulky, pettisli. ভেল, স. শ. { স’ ভলক, ভুৰ; জীৱ উঠি ফুৰা ভূৰৰ সদৃশ, এতেকে } জী নথক। মনুষ। দেহ, জীয়াই থাকোতেই প্ৰাণক এৰি শৰীৰৰ কথা কওঁতে কাক ভেল বোলা যায়; যেনে, “ভেলৰ বা কি গতি হয়, হৰি ৰাম ৰাম”, the lumial footty cousidered as devoid of life. (ভলেজ, ম. শ. এবিধ গছ, ৫ kinal of trec. ভষেক, বি.! সং. ভেল, ভেব) ভেবা, টেঙ্গৰ নোহোৱা, আজল, dull, stupid. (স্ত্ৰী) ভেলেকী। ভেলেকী, স. শ. ( বং. ভেঙ্কী, ইন্দ্ৰজাল--সং. তল, ভেবা, মানুহক ভেবা যেন কৰে, এতেকে ইন্দ্ৰজাল, এটা বস্তুক আন এটা যেন দেখোৱ বিদ্য, টাটক, magic, jugglery. “চলেকী-বাণ” এনেও হয়।